অতি দৰিদ্ৰ লোকজনৰ উন্নয়ন হোৱাটোৱেই প্ৰকৃত শান্তিক সূচায়ঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অতি দৰিদ্ৰ লোকজনৰ উন্নয়ন হোৱাটোৱেই প্ৰকৃত শান্তিক সূচায়ঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

October 28th, 11:30 am

মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰতি চৰ্দাৰ পেটেলৰ অমূল্য অৱদানৰ বিষয়ে কয়৷ তেওঁ ‘ষ্টেচু অৱ ইউনিটী’ক মহান নেতাজনৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি বুলি উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত এছিয়ান পেৰা গেমছ আৰু গ্ৰীষ্মকালীন অলিম্পিকত পদক বিজয়ীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ কথাও দোঁহাৰে৷ তেওঁ প্ৰথম বিশ্ব যুদ্ধৰ সাহসী বীৰ সেনাসকলকো স্মৰণ কৰে, যিসকলে সাহসেৰে যুদ্ধ কৰি আত্মবলিদান দিছিল৷

PM thanks US President Barack Obama for writing an article on him in TIME magazine

PM thanks US President Barack Obama for writing an article on him in TIME magazine

April 16th, 06:30 pm

PM thanks US President Barack Obama for writing an article on him in TIME magazine