২,১৯২ কোটি টকা ব্যয়েৰে বিহাৰৰ বখতিয়াৰপুৰ–ৰাজগীৰ–তিলাইয়া একক ৰে’লপথ (১০৪ কিলোমিটাৰ) অংশ দ্বৈত পথলৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন

September 24th, 03:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে বিহাৰৰ বখতিয়াৰপুৰ–ৰাজগীৰ–তিলাইয়াৰ একক ৰে’লপথৰ (১০৪ কিলোমিটাৰ)অংশ দ্বৈত পথলৈ উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে আৰু ইয়াৰ বাবে আনুমানিক ২,১৯২ কোটি ব্যয় হ’ব।