ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্য
September 01st, 01:24 pm
আপোনাক লগ পাই বৰ ভাল লাগিছে আৰু মই সদায় অনুভৱ কৰোঁ যে আপোনাক লগ পোৱা মুহূৰ্তসমূহ স্মৰণীয় হৈ উঠে। আমি বহু কথা পতাৰ সুযোগ পাওঁ।ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
September 01st, 01:08 pm
চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে মিলিত হয়।২৫ সংখ্যক এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
September 01st, 10:14 am
২৫ সংখ্যক এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। উষ্ম আদৰণি আৰু সু-আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ছিক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰীয়ে চীনৰ টিয়ানজিনত অনুষ্ঠিত ২৫ সংখ্যক এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰে
September 01st, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) ৰাষ্ট্ৰপতি পৰিষদৰ ২৫ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে। এই সন্মিলনত এছচিঅ’ উন্নয়ন কৌশল, বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰ সাধন, সন্ত্ৰাসবাদ-বিৰোধী কাঠামো, শান্তি আৰু নিৰাপত্তা, অৰ্থনৈতিক আৰু আৰ্থিক সহযোগিতা তথা বহনক্ষম উন্নয়ন সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰা হয়।এছচিঅ’ সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 31st, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে এখনি বৈঠকত মিলিত হয়।টিয়ানজিনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
August 31st, 11:06 am
আপোনাৰ উষ্ম আদৰণিৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যোৱা বছৰ কাজানত আমাৰ মাজত অতিশয় ফলপ্ৰসূ আলোচনা সম্পন্ন হৈছিল, যি আলোচনাই আমাৰ সম্পৰ্কক এক ইতিবাচক মাত্ৰা প্ৰদান কৰিছিল। সীমান্তত বিচ্ছিন্নতাৰ পিছত শান্তি আৰু সুস্থিৰতাৰ পৰিবেশ গঢ় লৈ উঠিছে। আমাৰ বিশেষ প্ৰতিনিধিসকলে সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হৈছে। কৈলাশ মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে আৰু দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱাও আৰম্ভ হৈছে। আমাৰ মাজৰ সহযোগিতা আমাৰ উভয় ৰাষ্ট্ৰৰ ২.৮ বিলিয়ন জনসাধাৰণৰ স্বাৰ্থৰে সম্পৰ্কীয়। ইয়াৰ জৰিয়তে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ পথো মুকলি হ’ব। আমি পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত আমাৰ সম্পৰ্কক অধিক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ।চীনৰ টিয়ানজিনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
August 30th, 04:00 pm
কিছু সময়ৰ পূৰ্বে চীনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিবজাপান আৰু চীন ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
August 28th, 08:40 pm
উক্ত ভ্ৰমণকালত আমি আমাৰ পৰৱৰ্তী পৰ্য্যায়ৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব গঢ়াত গুৰুত্ব আৰোপ কৰিম, যিয়ে ইতিমধ্যে বিগত এঘাৰ বছৰত অবিৰত আৰু উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। আমি আমাৰ সহযোগিতাক নতুন প্ৰাণ দিবলৈ প্ৰয়াস গ্ৰহণ কৰিম, আমাৰ অৰ্থনৈতিক আৰু বিনিয়োগৰ সম্পৰ্কৰ পৰিসৰ আৰু আকাংক্ষা বৃদ্ধি কৰিম তথা এআই আৰু অৰ্ধপৰিবাহীকে প্ৰমুখ্য কৰি নতুন আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাক আগবঢ়াই নিবলৈ চেষ্টা কৰিম। এই ভ্ৰমণ হ’ব আমাৰ জনসাধাৰণক সংযোগ কৰা আমাৰ সভ্যতাবাদী বান্ধোন আৰু সাংস্কৃতিক সম্পৰ্কক সুদৃঢ়কৰণৰ সুযোগো।প্ৰধানমন্ত্ৰীৰ জাপান আৰু চীন ভ্ৰমণ
August 22nd, 06:15 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণক্ৰমে ২৯–৩০ আগষ্ট, ২০২৫ৰ পৰা জাপান আৰু ৩১ আগষ্ট–১ ছেপ্টেম্বৰ, ২০২৫লৈ চীন ভ্ৰমণ কৰিব। জাপানত পঞ্চদশ ভাৰত–জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰি জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাৰ সৈতে আলোচনাত মিলিত হ’ব। চীনত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ
August 19th, 07:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰোৰ সদস্য তথা চীনৰ বৈদেশিক মন্ত্ৰী শ্ৰী ৱাং য়িক আদৰণি জনায়।