প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পুৰুষৰ ক্লাব থ্ৰো ইভেণ্টত স্বৰ্ণ জয় কৰাৰ বাবে ধৰমবীৰক অভিনন্দন জ্ঞাপন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পুৰুষৰ ক্লাব থ্ৰো ইভেণ্টত স্বৰ্ণ জয় কৰাৰ বাবে ধৰমবীৰক অভিনন্দন জ্ঞাপন

September 05th, 07:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত পেৰিছ পেৰালিম্পিকত অনুষ্ঠিত পুৰুষৰ ক্লাব থ্ৰো এফ ৫১ প্ৰতিযোগিতাত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে আজি খেলুৱৈ ধৰমবীৰক অভিনন্দন জ্ঞাপন কৰে।