কেৰালামৰ ত্ৰিশূৰত এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 21st, 08:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালামৰ ত্ৰিশূৰত এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।LDF and UDF have deprived Keralam of its youth power: PM Modi in Ernakulam
March 11th, 03:00 pm
Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.PM Modi addresses a mega public meeting in Ernakulam, Keralam
March 11th, 02:20 pm
Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 22nd, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১০ বাজি ৪৫ মিনিটত থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে কিছু সংখ্যক প্ৰকল্প পতাকা জোকাৰি মুকলি কৰিব। এই উপলক্ষে সমবেত লোকসকলকো তেওঁ সম্বোধন কৰিব।প্ৰথমখন বন্দে ভাৰত ৰে’লক আদৰণি জনোৱাৰ বাবে ত্ৰিশূৰৰ জনসাধাৰণক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
April 26th, 02:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ প্ৰথমখন বন্দে ভাৰত ৰে’লক পৰম্পৰাগতভাৱে আদৰণি জনোৱাৰ বাবে ত্ৰিশূৰবাসীক প্ৰশংসা কৰে।ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ত্ৰিশূৰৰ শ্ৰী সীতাৰাম স্বামী মন্দিৰৰ এটি কাৰ্য্যসূচী সম্বোধনৰ অসমীয়া অনুবাদ
April 25th, 09:21 pm
ত্ৰিশূৰ পূৰম উৎসৱ উপলক্ষে কেৰালা আৰু ত্ৰিশূৰৰ সকলো ভ্ৰাতৃ-ভগ্নীক অশেষ অভিনন্দন জনালোঁ। ত্ৰিশূৰ কেৰালাৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত। ইয়াত সংস্কৃতি বিদ্যমান, ইয়াত পৰম্পৰা আৰু কলাও আছে। আধ্যাত্মিকতাৰ লগতে দৰ্শনো আছে। উৎসৱৰ লগতে উল্লাসো আছে। মই ত্ৰিশূৰে এই ঐতিহ্য আৰু পৰিচয় জীয়াই ৰখাত সন্তোষ পাইছো। শ্ৰী সীতা ৰাম স্বামী মন্দিৰে বছৰ-বছৰ ধৰি চালিকা শক্তি হিচাপে কাম কৰি আহিছে। মই জানিব পাৰিছো যে এই মন্দিৰটোক এতিয়া অধিক ঐশ্বৰিক বুলি বিশ্বাস কৰা হয়। এই উপলক্ষে স্বৰ্ণ-খচিত এই পবিত্ৰ স্থানক ভগৱান শ্ৰী সীতা ৰাম, ভগৱান আয়াপ্পা আৰু ভগৱান শিৱৰ নামতো উচৰ্গা কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ ত্ৰিচুৰত শ্ৰী সীতাৰাম স্বামী মন্দিৰৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰে
April 25th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ত্ৰিচুৰৰ শ্ৰী সীতাৰাম স্বামী মন্দিৰৰ এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। তেওঁ ত্ৰিচুৰ পূৰাম উৎসৱৰ পৱিত্ৰ উপলক্ষে সকলোকে শুভেচ্ছা জনায়।A third strength has emerged in Kerala that aims to put an end to corruption & other problems people are facing: PM Modi at a public meeting
December 14th, 06:15 pm
PM to visit Kerala
December 14th, 10:38 am