শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ নেতাসকলেৰে মিলিত হয় প্ৰধানমন্ত্ৰী
April 05th, 10:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোত শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ নেতাসকলক সাক্ষাৎ কৰে। বৈঠকত তেওঁ সন্মানীয় তামিল নেতা থিৰু আৰ সম্পান্থন আৰু থিৰু মাভাই সেনাথিৰাজাহৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে।