প্ৰধানমন্ত্ৰীয়ে থিৰু এম জি ৰামচন্দ্ৰনৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
January 17th, 09:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু এম জি ৰামচন্দ্ৰনৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে দৰিদ্ৰ লোকসকলক শক্তিশালী কৰা আৰু এখন উন্নত সমাজ গঢ়ি তোলাৰ বাবে তেওঁ কৰা প্ৰচেষ্টাৰ দ্বাৰা আমি যথেষ্ট অনুপ্ৰাণিত।