
List of Highest National Honours and Global Awards Conferred on PM Narendra Modi
July 09th, 12:07 am
Prime Minister Narendra Modi has been conferred highest civilian honours by several nations. These recognitions are a reflection of PM Modi’s leadership and vision which has strengthened India’s emergence on the global stage. It also reflects India’s growing ties with countries around the world.
২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত যৌথ বিবৃতি
July 09th, 09:54 pm
২৷ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ কৌশলগত অংশীদাৰিত্ব আৰু দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ চেন্ট এণ্ড্ৰু দ্য এপষ্টল বঁটাৰে সন্মানীত কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে
July 09th, 08:12 pm
ক্ৰেমলিনৰ ছেইণ্ট এণ্ড্ৰিউ হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপষ্টলৰে সন্মানিত কৰে। উল্লেখ্য যে এয়া ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। স্মৰ্তব্য যে এই বঁটা ২০১৯ চনত ঘোষণা কৰা হৈছিল।