সন্মানৰ বিশ্ব ভ্ৰমণ: এই ২৯খন দেশে সন্মান জনালে প্ৰধানমন্ত্ৰী মোদীক- আৰু কিয় ইয়াত জানক!
July 07th, 04:59 pm
কুৱেইট, ফ্ৰান্স, পাপুৱা নিউগিনি আৰু আন দুই ডজনৰো অধিক ৰাষ্ট্ৰৰ নেতাসকলে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীক নিজৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে, তেতিয়া ইয়াৰ দ্বাৰা কূটনৈতিক সৌজন্যতাতকৈও অধিক প্ৰতিফলন ঘটে। ই এখন দেশৰ ক্ৰমবৰ্ধমান প্ৰভাৱ, মূল্যবোধ আৰু নেতৃত্বৰ বিশ্ব স্বীকৃতিকে সূচায়।Joint Statement: Official visit of Shri Narendra Modi, Prime Minister of India to Kuwait (December 21-22, 2024)
December 22nd, 07:46 pm
PM Modi paid an official visit to Kuwait, at the invitation of His Highness the Amir of the State of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah. During his first visit to the country, PM Modi attended the opening ceremony of the 26th Arabian Gulf Cup as the 'Guest of Honour' and held comprehensive talks to deepen bilateral ties.প্ৰধানমন্ত্ৰীক প্ৰদান কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা
December 22nd, 04:37 pm
কুৱেইটৰ আমিৰ মহামহিম শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা মুবাৰক আল-কাবীৰৰ অৰ্ডাৰ প্ৰদান কৰে। অনুষ্ঠানত কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেইখ আহমেদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহো উপস্থিত থাকে।