সন্মানৰ বিশ্ব ভ্ৰমণ: এই ২৯খন দেশে সন্মান জনালে প্ৰধানমন্ত্ৰী মোদীক- আৰু কিয় ইয়াত জানক!

July 07th, 04:59 pm

কুৱেইট, ফ্ৰান্স, পাপুৱা নিউগিনি আৰু আন দুই ডজনৰো অধিক ৰাষ্ট্ৰৰ নেতাসকলে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীক নিজৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে, তেতিয়া ইয়াৰ দ্বাৰা কূটনৈতিক সৌজন্যতাতকৈও অধিক প্ৰতিফলন ঘটে। ই এখন দেশৰ ক্ৰমবৰ্ধমান প্ৰভাৱ, মূল্যবোধ আৰু নেতৃত্বৰ বিশ্ব স্বীকৃতিকে সূচায়।

India remains a committed partner in Africa’s development journey: PM Modi in Parliament of Ghana

July 03rd, 03:45 pm

PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.

Prime Minister, Shri Narendra Modi addresses the Parliament of Ghana

July 03rd, 03:40 pm

PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.

“দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা” গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

July 03rd, 02:15 am

ৰাষ্ট্ৰপতিগৰাকীয়ে ঘানাৰ ৰাষ্ট্ৰীয় বঁটা দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা প্ৰদানত মই গভীৰ সন্মানবোধ কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰে

July 03rd, 02:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাই ঘানাৰ ৰাষ্ট্ৰীয় সন্মান - অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা প্ৰদান কৰে। ইয়াৰ জৰিয়তে তেখেতৰ বিশিষ্ট ৰাজ-কাৰ্য্য পদ্ধতি আৰু প্ৰভাৱশালী বিশ্ব নেতৃত্বৰ স্বীকৃতি জনোৱা হয়। ১৪০ কোটি ভাৰতীয়ৰ হৈ বঁটাটি গ্ৰহণেৰে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, ইয়াৰ সাংস্কৃতিক পৰম্পৰা আৰু বৈচিত্ৰ্য তথা ঘানা আৰু ভাৰতৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ প্ৰতি এই সন্মান উৎসৰ্গা কৰে।