সন্মানৰ বিশ্ব ভ্ৰমণ: এই ২৯খন দেশে সন্মান জনালে প্ৰধানমন্ত্ৰী মোদীক- আৰু কিয় ইয়াত জানক!
July 07th, 04:59 pm
কুৱেইট, ফ্ৰান্স, পাপুৱা নিউগিনি আৰু আন দুই ডজনৰো অধিক ৰাষ্ট্ৰৰ নেতাসকলে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীক নিজৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে, তেতিয়া ইয়াৰ দ্বাৰা কূটনৈতিক সৌজন্যতাতকৈও অধিক প্ৰতিফলন ঘটে। ই এখন দেশৰ ক্ৰমবৰ্ধমান প্ৰভাৱ, মূল্যবোধ আৰু নেতৃত্বৰ বিশ্ব স্বীকৃতিকে সূচায়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘দ্য গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ অনাৰ’ বঁটা প্ৰদান কৰে গ্ৰীচৰ ৰাষ্ট্ৰপতি কেটেৰিনা ছাকেলাৰ’প’ল’ই।
August 25th, 03:04 pm
গ্ৰীচৰ মৰ্যাদাত অৰিহণা যোগোৱা লোকসকলক সন্মান জনাই গ্ৰীচৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী আৰু গণ্যমান্য ব্যক্তিক গ্ৰেণ্ড ক্ৰছ অৱ অৰ্ডাৰ অৱ অনাৰ বঁটা প্ৰদান কৰে।