প্ৰধানমন্ত্ৰীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘দা গ্ৰেণ্ড কলৰ অৱ দা নেচনেল অৰ্ডাৰ অব দা ছাউডাৰ্ন ক্ৰছ’ প্ৰদান

July 09th, 12:58 am

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামান্য লুইজ ইনাচিঅ' লুলা ডা ছিলভাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান 'দা গ্ৰেণ্ড ক'লৰ অৱ দা নেচনেল অৰ্ডাৰ অৱ দা ছাউডাৰ্ন ক্ৰছ' প্ৰদান কৰে।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

July 08th, 08:30 pm

ৰিঅ’ আৰু ব্ৰাজিলিয়াত উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আমাজনৰ সৌন্দৰ্য আৰু আপোনালোকৰ সৌৰ্হাদ্যই আমাক সঁচাকৈয়ে স্পৰ্শ কৰিছে।