থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

April 03rd, 08:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিন শিনাৱাত্ৰক সাক্ষাৎ কৰে। প্ৰতিৰক্ষা, বাণিজ্য, সংস্কৃতি আদি ক্ষেত্ৰত ভাৰত আৰু থাইলেণ্ডৰ মাজত সহযোগিতাৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত দুয়োগৰাকী নেতাই আলোচনা কৰে।