‘থাইপূসম’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আটাইলৈকে শুভেচ্ছা জনাইছে

February 11th, 01:42 pm

ভগৱান মুৰুগনৰ দৈৱিক অনুগ্ৰহে আমাক শক্তি, সমৃদ্ধি আৰু জ্ঞানৰ পথ প্ৰদৰ্শন কৰক। এই পৱিত্ৰ উপলক্ষত মই সকলোৰে সুখ, সুস্বাস্থ্য আৰু সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ, শ্ৰী মোদীয়ে মন্তব্য কৰে।

‘থাইপুছম’ত জনসাধাৰণলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

January 25th, 09:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘থাইপুছম’ উপলক্ষে জনসাধাৰণলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰে।