আমেৰিকাৰ টেক্সাছৰ প্ৰলয়ংকৰী বানত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
July 06th, 12:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ টেক্সাছৰ ভয়াৱহ বানত প্ৰাণ হেৰুওৱা, বিশেষকৈ বহু শিশুৱে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনত প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 11:59 pm
মোৰ সন্মুখৰ যি দৃশ্য দেখিবলৈ পাইছো, এই পৰিৱেশ অকল্পনীয়৷ যেতিয়াই টেক্সাছৰ কথা চৰ্চা হয়, সকলো ডাঙৰ কৰি তোলা, বিশাল কৰি তোলা ইত্যাদিবোৰ টেক্সাছৰ স্বভাৱত আছে৷ আজি টেক্সাছৰ এই প্রাণশক্তি ইয়াতো প্ৰতিফলিত হৈছে। এই বিশাল জনসমুদ্রৰ উপস্থিতি কেৱল সংখ্যাৰে গণনা কৰিব পৰা নাযাব, আজি ইয়াত আমি এক নতুন ইতিহাস ৰচনা হোৱা দেখিছো৷ আৰু এক নতুন ৰসায়নো প্ৰত্যক্ষ কৰিছো৷হিউষ্টনত প্ৰৱাসী ভাৰতীয়ৰ অনুষ্ঠান ‘হাউডী মোদী’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 22nd, 11:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হিউষ্টনস্থিত এনআৰজি ষ্টেডিয়ামত আয়োজিত ‘হাউডী মোদী’ অনুষ্ঠানত ৫০হাজাৰৰো অধিক লোকক সম্বোধন কৰে৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷PM Modi addresses community reception in Houston
September 22nd, 11:58 pm
Addressing a community reception in Houston, PM Modi thanked the Indian community in the city for having set the stage for a glorious future as far as India-India-USA ties are concerned. The PM also made a special request to the Indian community. He urged them to encourage at least five non-Indian families to visit India.টেক্সাছৰ হিউষ্টনত প্ৰধানমন্ত্ৰীৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰিচয় বৰ্ণন
September 22nd, 11:00 pm
আজি ৰাতিপুৱা আমাৰ মাজত এজন বিশেষ ব্যক্তি উপস্থিত হৈছেহি৷ প্ৰকৃততে তেওঁৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই৷ তেওঁৰ নাম এই গ্ৰহৰ প্ৰত্যেকৰেই পৰিচিত৷ বিশ্বৰ ৰাজনীতিত তেওঁৰ নাম সততে উচ্চাৰণ হয়৷ তেওঁৰ প্ৰতিটো শব্দ কোটি কোটি লোকে অনুসৰণ কৰে৷ এই মহান দেশৰ সৰ্বোচ্চ পদ অধিকাৰ কৰাৰ পূৰ্বেও তেওঁ ইয়াত জনপ্ৰিয় আছিল৷ চি ই অ’ৰ পৰা কমাণ্ডাৰ–ইন–চীফলৈ, ব’ৰ্ডৰুমৰ পৰা অ’ভেল অ’ফিচলৈ, ষ্টুডিঅ’ৰ পৰা বিশ্ব দৰবাৰলৈ, ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ তথা নিৰাপত্তালৈ, তেওঁ সকলোতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে৷টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এব্ব’ট’ৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
March 29th, 10:57 am
ভাৰত ভ্ৰমণলৈ অহা টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এব্ব’টে বুধবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷Social Media Corner 23rd June 2016
June 23rd, 06:06 pm