গোৱাত আয়ৰনম্যান 70.3-ৰ দৰে অনুষ্ঠানত যুৱক-যুৱতীসকলৰ বৰ্দ্ধিত অংশগ্ৰহণক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনাইছে

November 09th, 10:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত অনুষ্ঠিত হোৱা আয়ৰনম্যান 70.3 ৰ দৰে অনুষ্ঠানত যুৱক-যুৱতীসকলৰ বৰ্দ্ধিত অংশগ্ৰহণক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এনে অনুষ্ঠানসমূহে ফিট ইণ্ডিয়া আন্দোলনৰ দিশত অৰিহণা যোগায়। ‘অংশগ্ৰহণ কৰা সকলোকে শুভেচ্ছা জনাইছো। আমাৰ দলৰ দুজন যুৱ সহকৰ্মী আন্নামালাই আৰু তেজস্বী সূৰ্য আয়ৰনমেন ট্ৰায়থ্লন সফলতাৰে সম্পূৰ্ণ কৰা সকলৰ ভিতৰত থকাত আনন্দিত হৈছো ‘, শ্ৰী মোদীয়ে কয়।

Prime Minister lauds MP Tejasvi Surya on completion of Ironman Challenge as a commendable feat

October 27th, 09:00 pm

The Prime Minister Shri Narendra Modi today lauded Karnataka Lok Sabha Member of Parliament Shri Tejasvi Surya’s successful completion of Ironman Challenge as a commendable feat.