Prime Minister meets with the Vice President of Nigeria on the sidelines of the 18th BRICS Summit in New Delhi
September 13th, 06:13 pm
On the sidelines of the BRICS Summit held in New Delhi, PM Modi met Nigerian Vice President Mr. Kashim Shettima. Both leaders reviewed the multifaceted India-Nigeria relationship and reaffirmed their commitment to further strengthening the Strategic Partnership. They also exchanged views on regional and global matters of mutual interest, including priorities and concerns of the Global South.Prime Minister meets the Vice President of Uganda on the sidelines of the 18th BRICS Summit in New Delhi
September 13th, 05:13 pm
PM Modi held a warm and productive meeting with Jessica Rose Epel Alupo, Vice President of the Republic of Uganda, on the sidelines of the 18th BRICS Summit in New Delhi. The two leaders reviewed bilateral ties while agreeing to enhance cooperation in key priority areas. The PM reaffirmed India’s support for Uganda’s ‘Vision 2040’ for a transformed and prosperous Uganda.Prime Minister meets with the President of the Republic of the Philippines on the sidelines of the BRICS Summit in New Delhi
September 13th, 04:38 pm
On the sidelines of the BRICS Summit, PM Modi met Philippines President Ferdinand R. Marcos Jr. The two leaders exchanged views on regional and global issues of mutual interest and reiterated their commitment to strengthening cooperation across all areas of the Strategic Partnership. The PM welcomed the Philippines’ decision to join the Coalition for Disaster Resilient Infrastructure.Prime Minister meets with the President of the Republic of Kazakhstan on the sidelines of the BRICS Summit in New Delhi
September 13th, 04:31 pm
On the sidelines of the BRICS Summit, PM Modi met Kazakhstan President Kassym-Jomart Tokayev. The two leaders reviewed bilateral cooperation in a range of fields, while also exchanging perspectives on regional and international developments. They reaffirmed their commitment to further strengthening the strategic partnership between the two countries.BRICS New Delhi Declaration: Building for Resilience, Innovation, Cooperation and Sustainability
September 12th, 06:11 pm
The BRICS New Delhi Declaration 2026 sets out a shared commitment to stronger cooperation, inclusive global governance, sustainable development, innovation and resilience. Adopted at the 18th BRICS Summit in New Delhi, the declaration reflects the priorities and outcomes of India’s BRICS Chairship.১৮সংখ্যক ব্ৰিকছ সন্মিলনত অন্তৰ্ভুক্তিমূলক বিশ্ব শাসন ব্যৱস্থা আৰু ইয়াৰ সবলীকৰণৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা উদ্বোধনী ভাষণ
September 12th, 02:50 pm
১৮সংখ্যক ব্ৰিকছ সন্মিলনত অন্তৰ্ভুক্তিমূলক বিশ্ব শাসন ব্যৱস্থা আৰু ইয়াৰ সবলীকৰণৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা উদ্বোধনী ভাষণPrime Minister chaired the BRICS session on “Inclusive Global Governance and Strengthening Multilateralism”
September 12th, 02:40 pm
In his closing remarks at the BRICS session on “Inclusive Global Governance and Strengthening Multilateralism”, PM Modi emphasized that efforts must be made to enable the Global South to move from being a rule-taker to a rule-shaper. He also proposed establishing a Seafarers Emergency Support Network to provide adequate support to seafarers during times of crisis.নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়তে আবু ধাবিৰ ৰাজকুমাৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
September 12th, 01:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্টেম্বৰ, ২০২৬ত ১৮সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়তে আবু ধাবিৰ ৰাজকুমাৰ মহামহিম শ্বেখ খালেদ বিন মহম্মদৰ সৈতে বৈঠকত মিলিত হয়।ব্ৰিকছ ব্যৱসায়িক ফ’ৰাম ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 11th, 07:19 pm
ব্ৰিকছ ব্যৱসায়িক ফ’ৰাম ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জাৰ্মানীৰ চেঞ্চেলৰৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ
September 10th, 06:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেঞ্চেলৰ মহামান্য ফ্ৰিড্ৰিখ মাৰ্জৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।পেৰিছত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
September 10th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ঐতিহাসিক আন্তৰ্জাতিক মহাকাশ সন্মিলনত ভাষণ প্ৰদান কৰে। সময়োপযোগী পদক্ষেপ গ্ৰহণ আৰু সন্মিলনলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। এই গুৰুত্বপূৰ্ণ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয়, প্ৰথমখন আন্তৰ্জাতিক মহাকাশ সন্মিলনৰ অংশ ল’বলৈ পাই মই অতিশয় আনন্দিত হৈছো।ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক মহাকাশ সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 10th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ঐতিহাসিক আন্তৰ্জাতিক মহাকাশ সন্মিলনত ভাষণ প্ৰদান কৰে। সময়োপযোগী পদক্ষেপ গ্ৰহণ আৰু সন্মিলনলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। এই গুৰুত্বপূৰ্ণ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয়, প্ৰথমখন আন্তৰ্জাতিক মহাকাশ সন্মিলনৰ অংশ ল’বলৈ পাই মই অতিশয় আনন্দিত হৈছো।মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট (জি এফ এফ) ২০২৬ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
September 08th, 06:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।মুম্বাইত গ্ল'বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 08th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।গুজৰাটৰ নৱসাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে এক অনুষ্ঠানত ভাষণ প্ৰদান কৰে
September 08th, 02:45 pm
গুজৰাটৰ নৱসাৰীত অনুষ্ঠিত এক সভাত প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰি কেইবাটাও কল্যাণমূলক পদক্ষেপক আগুৱাই নিয়া সেৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱৰ শলাগ লয়।গুজৰাটৰ বদোদৰাত ‘বিকশিত ভাৰতৰ বাবে নমো’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বদোদৰাত ৩৫,০০০ কোটিতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। বিশিষ্ট ব্যক্তিসকললৈ উষ্ম শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাগৰিকসকলক আদৰণি জনায়। মই গুজৰাটৰ মোৰ ভাই-ভনীসকলক স্বাগতম জনাইছো, শ্ৰী মোদীয়ে মন্তব্য কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ বদোদৰাত ৩৫০০০ কোটিতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
September 08th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বদোদৰাত ৩৫,০০০ কোটিতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। বিশিষ্ট ব্যক্তিসকললৈ উষ্ম শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাগৰিকসকলক আদৰণি জনায়। মই গুজৰাটৰ মোৰ ভাই-ভনীসকলক স্বাগতম জনাইছো, শ্ৰী মোদীয়ে মন্তব্য কৰে।৮ ছেপ্টেম্বৰত গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 07th, 11:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১২বজাত প্ৰধানমন্ত্ৰীয়ে ভদোদৰাত ৩৫,০০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমবেত সকলকো সম্বোধন কৰিব।পেৰিছত স্বামীনাৰায়ণ হিন্দু মন্দিৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে দিয়া মন্তব্যৰ ইংৰাজী অনুবাদ
September 06th, 10:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত বিএপিএছ স্বামীনাৰায়ণ হিন্দু মন্দিৰ উদ্বোধনৰ সময়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক সমাৱেশত ভাষণ দিয়ে। ফ্ৰান্সৰ ৰাজধানীত অনুষ্ঠিত হোৱা স্মৃতিসৌধ উদ্বোধনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক ঘটনাক দ্বিপাক্ষিক সম্পৰ্কৰ এক মৌলিক স্তম্ভ আখ্যা দিয়ে। এই বিশাল স্বামীনাৰায়ণ মন্দিৰটো ভাৰত আৰু ফ্ৰান্সৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ এক নতুন মাইলৰ খুঁটি, শ্ৰী মোদীয়ে উল্লেখ কৰে।পেৰিছত বিএপিএছ স্বামীনাৰায়ণ হিন্দু মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 06th, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত বিএপিএছ স্বামীনাৰায়ণ হিন্দু মন্দিৰ উদ্বোধনৰ সময়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক সমাৱেশত ভাষণ দিয়ে। ফ্ৰান্সৰ ৰাজধানীত অনুষ্ঠিত হোৱা স্মৃতিসৌধ উদ্বোধনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক ঘটনাক দ্বিপাক্ষিক সম্পৰ্কৰ এক মৌলিক স্তম্ভ আখ্যা দিয়ে। এই বিশাল স্বামীনাৰায়ণ মন্দিৰটো ভাৰত আৰু ফ্ৰান্সৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ এক নতুন মাইলৰ খুঁটি, শ্ৰী মোদীয়ে উল্লেখ কৰে।