PM chairs meeting with CMs to review preparedness in light of emerging situation in West Asia crisis
March 27th, 09:22 pm
During a meeting with Chief Ministers and Lieutenant Governors of various States on the West Asia conflict, PM Modi recalled the collective response during the COVID-19 pandemic, when the Centre and the States worked together as “Team India”. He underscored the importance of maintaining the same spirit in navigating the present circumstances. The PM also urged the States to accelerate efforts to promote alternative energy sources.Our united voice for peace and dialogue should resonate across the world: PM Modi in Rajya Sabha on West Asia conflict
March 24th, 02:05 pm
PM Modi addressed the Rajya Sabha, presenting the Government's position on the situation arising from the ongoing conflict in West Asia. He affirmed that India opposes all attacks on civilians and on civil, energy and transport infrastructure. Invoking the spirit of cooperative federalism, he called upon all State Governments to ensure that India's robust growth trajectory is maintained regardless of the scale of the crisis.PM Modi addresses the Rajya Sabha on the ongoing conflict in West Asia
March 24th, 02:00 pm
PM Modi addressed the Rajya Sabha, presenting the Government's position on the situation arising from the ongoing conflict in West Asia. He affirmed that India opposes all attacks on civilians and on civil, energy and transport infrastructure. Invoking the spirit of cooperative federalism, he called upon all State Governments to ensure that India's robust growth trajectory is maintained regardless of the scale of the crisis.মুম্বাইত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (আইঅ’চি)ৰ ১৪১ সংখ্যক অধিৱেশন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 14th, 10:34 pm
‘আইঅ'চি’-ৰ সভাপতি শ্ৰীযুত থমাছ বাখ, ‘আইঅ'চি’-ৰ সন্মানীয় সদস্যবৃন্দ, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন’ৰ প্ৰতিনিধিবৃন্দ। ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল!PM inaugurates 141st International Olympic Committee (IOC) Session in Mumbai
October 14th, 06:35 pm
PM Modi inaugurated the 141st International Olympic Committee (IOC) Session in Mumbai. Addressing the event, the Prime Minister underlined the significance of the session taking place in India after 40 years. He also informed the audience that India is eager to host the Olympics in the country and will leave no stone unturned in the preparation for the successful organization of the Olympics in 2036. This is the dream of the 140 crore Indians, he added.গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ খন টেষ্ট মেচ উপভোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ
March 09th, 12:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰী এন্থনী আলবানিছে আজি গুজৰাটৰ আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ স্মাৰক ক্ৰিকেট টেষ্ট খেলৰ কিছু অংশ উপভোগ কৰে।ভাৰতীয় ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাই তেওঁৰ ১০০ সংখ্যক টেষ্ট মেচ খেলাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে
February 14th, 10:25 pm
ভাৰতীয় ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাই তেওঁৰ ১০০ সংখ্যক টেষ্ট খেলৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে চেতেশ্বৰ পূজাৰালৈ শুভেচ্ছা জ্ঞাপন কৰে।২৬.০৯.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৮১তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 26th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ! আপোনালোকে জানে যে এটা জৰুৰী কাৰ্যসূচীৰ বাবে মই আমেৰিকা যাবলগীয়া হ’ব সেয়েহে মই ভাবিলো যে আমেৰিকা যোৱাৰ আগতেই মই ‘মন কী বাত’ ৰেকৰ্ড কৰো ৷ ছেপ্তেম্বৰৰ যিদিনা ‘মন কী বাত’ আছে, সেইটো দিনাতে আন এক মহত্বপূৰ্ণ দিন আছে ৷ এনেটো আমি বহুতো দিন মনত ৰাখো, বেলেগ বেলেগ দিন পালন কৰো আৰু যদি আপোনাৰ ঘৰত তৰুণ ল’ৰা-ছোৱালী আছে যদি তেওঁলোকক সোধে যে বছৰৰ কোনটো কোনটো দিন কেতিয়া আহে আপোনালোকক সম্পূৰ্ণ সূচী শুনাই দিব, কিন্তু এনে এটা দিন আছে যিটো আমি মনত ৰাখিব লাগে আৰু এই এইটো দিন এনেকুৱা যিটো ভাৰতৰ পৰম্পৰাৰ সৈতে বহুত সংগতিপূৰ্ণ ৷ শতিকা ধৰি আমি যি পৰম্পৰাৰ সৈতে জড়িত তাৰ সৈতে জড়িত কৰা এটা দিন৷ সেইটো হ’ল ‘ওৱাল্ড ৰিভাৰ্চ দে’ মানে ‘বিশ্ব নদী দিৱস’৷‘টকিঅ’ ২০২০ পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’লৈ যাবলগীয়া ভাৰতীয় ‘পেৰা-এথলিট’সকলৰে বাৰ্তালাপত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 17th, 11:01 am
কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমান অনুৰাগ ঠাকুৰ জী, খেলুৱৈ বন্ধুসকল, প্ৰশিক্ষকসকল, আৰু বিশেষভাবে উপস্থিত থকা আপোনালোকৰ অভিভাৱকসকল। আপোনালোকৰ সৈতে কথা পাতি মোৰ বিশ্বাস বাঢ়িছে যে এইবাৰৰ ‘পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’তো ভাৰতে নতুন ইতিহাস ৰচনা কৰিব। মই আপোনালোক সকলো খেলুৱৈ আৰু প্ৰশিক্ষকবৃন্দক আপোনালোকৰ সফলতাৰ বাবে, দেশৰ বিজয়ৰ বাবে বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীটসকলৰ সৈতে মত বিনিময় কৰে
August 17th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীট দল আৰু পেৰা এথলীটসকলৰ পৰিয়াল, অভিভাৱক আৰু প্ৰশিক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত আছিল।মই নিশ্চিত যে অমৃত মহোৎসৱ উদযাপনৰ জৰিয়তে ১৩০ কোটি ভাৰতীয়ই ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব: প্ৰধানমন্ত্ৰী
August 02nd, 12:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, তেওঁ আশা কৰে যে অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়ত ১৩০ কোটি ভাৰতীয়ই ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব।Plastic pollution adversely impacts nature, wildlife and our health: PM Modi during Mann Ki Baat
May 27th, 11:30 am
During Mann Ki Baat, PM Narendra Modi touched upon various issues. From congratulating the crew of Navika Sagar Parikrama to appreciating the efforts of those who scaled the Mt. Everest, from fit India to vitality of sports. He spoke about the World Environment Day, which India would host this year, Yoga and first war of independence.PM in Lok Sabha: GST is a Great Step by Team India, Great Step Towards Transformation
August 08th, 10:50 pm
PM Narendra Modi described the Goods and Services Tax (GST) as a “Great Step by Team India,” a “Great Step Towards Transformation,” and a “Great Step Towards Transparency.” He described the imminent passage of the Bill as a victory not for any political party, but for Indian democracy. The Prime Minister said that the consensus over GST proved that Rashtraneeti was above Rajneeti (national issues are above politics) in India. He described the GST as one more pearl in the necklace of ‘Ek Bharat.’Social Media Report-17th July
July 17th, 07:08 pm
PM Modi inaugurates the 11th meeting of the Inter State Council in New Delhi
July 16th, 08:03 pm
Social Media Corner 16th July
July 16th, 07:44 pm
PM’s concluding remarks at the Inter State Council Meeting
July 16th, 07:30 pm
Social Media Corner 10th July
July 10th, 08:45 pm
PM addresses concluding session of 47th Governors' Conference in Rashtrapati Bhawan
February 10th, 07:05 pm
Team India: In Pictures
December 31st, 05:40 pm