প্ৰধানমন্ত্ৰীৰ ৫২ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা
June 24th, 09:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেৱা তীৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক নিৰবিচ্ছিন্নভাৱে একত্ৰিত কৰি সক্ৰিয় প্ৰশাসন আৰু সময়োপযোগী ৰূপায়ণক উৎসাহিত কৰাৰ লক্ষ্যৰে আইচিটি-সক্ষম, মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৫২ সংখ্যক বৈঠকত সভাপতিত্ব কৰে।যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
March 26th, 03:51 pm
যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে ভাৰতৰ অভিলাষী অভিযানত অৰিহণা যোগোৱা সকলোকে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ তৃণমূল পৰ্যায়ৰ প্ৰচেষ্টাৰ ক্ৰমবৰ্ধমান গতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে এখন সুস্থ আৰু যক্ষ্মামুক্ত ভাৰতৰ পথ প্ৰশস্ত কৰিছে।