প্ৰধানমন্ত্ৰীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়

প্ৰধানমন্ত্ৰীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়

May 15th, 06:54 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/সংশ্লিষ্ট বিভাগৰ প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়।