প্ৰধানমন্ত্ৰীয়ে তাড়াসনৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰে

প্ৰধানমন্ত্ৰীয়ে তাড়াসনৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰে

June 13th, 09:47 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তাড়াসন বা খেজুৰ গছৰ ভঙ্গী সন্দৰ্ভত এটা ভিডিঅ' ক্লিপ পোষ্ট কৰে।

প্ৰধানমন্ত্ৰীৰ শ্বেয়াৰ কৰিলে তেওঁৰ ‘তাড়াসন’ৰ অনুশীলন কৰি থকা থ্ৰীডি এনিমেটেড ভিডিঅ’

প্ৰধানমন্ত্ৰীৰ শ্বেয়াৰ কৰিলে তেওঁৰ ‘তাড়াসন’ৰ অনুশীলন কৰি থকা থ্ৰীডি এনিমেটেড ভিডিঅ’

March 29th, 10:45 am

চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ যোগ দিবলৈ উৎসাহ যোগাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যোগ অনুশীলন কৰি থকা তেওঁ আন এটা থ্ৰীডি ভিডিঅ’ শ্বেয়াৰ কৰে। এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে ‘তাড়াসন’ৰ অনুশীলন কৰি আছে।