প্ৰধানমন্ত্ৰীয়ে ছাইৰ’-মালাবাৰ গীৰ্জাৰ মুৰব্বীক সাক্ষাৎ কৰে

November 04th, 09:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাইৰ’-মালাবাৰ গীৰ্জাৰ মুৰব্বী, মেজৰ আৰ্চবিশ্বপ হিজ বেটিটুড মষ্ট ৰেভাৰেণ্ড মাৰ ৰাফেল থাটিল, হিজ গ্ৰেচ আৰ্চবিশ্বপ ড° কুৰিয়াকোছে ভৰণিকুলাংগাৰ আদিৰ সৈতে মত-বিনিময় কৰে।