Prime Minister condoles passing away of Mr Osamu Suzuki
December 27th, 05:58 pm
Prime Minister, Shri Narendra Modi has condoled the passing away of Mr. Osamu Suzuki, a legendary figure in the global motive industry. Prime Minister Shri Modi remarked that the visionary work of Mr. Osamu Suzuki has reshaped global perceptions of mobility. Under his leadership, Suzuki Motor Corporation became a global powerhouse, successfully navigating challenges, driving innovation and expansion.In the last eight years, relations between India and Japan have reached new heights: PM
August 28th, 08:06 pm
PM Modi addressed a programme marking the commemoration of 40 years of Suzuki in India. The Prime Minister said, The success of Maruti-Suzuki also signifies the strong India-Japan partnership. In the last eight years, these relations between our two countries have reached new heights.গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
August 28th, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তি স্মৰণ কৰি আজি গান্ধীনগৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী সাতোশী ছুজুকি, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাসংদ শ্ৰী চি আৰ পাটিল, ৰাজ্যিক মন্ত্ৰী শ্ৰী জগদীশ পাঞ্চাল, ছুজুকী ছুজুকী মটৰ নিগমৰ প্ৰাক্তন সভাপতি শ্ৰী অ’ ছুজুকী, ছুজুকী মটৰ কৰ্প’ৰেচনৰ সভাপতি শ্ৰীযুত টি ছুজুকী আৰু মাৰুতি-ছুজুকীৰ অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গৱ উপস্থিত থাকে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাইও ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷‘ছুজুকি মটৰ কৰ্পোৰেশ্যন’ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ওছামো ছুজুকিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 23rd, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি টকিঅ’ত ‘ছুজুকি মটৰ কৰ্পোৰেশ্যন’ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ওছামো ছুজুকিৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে ছুজুকি ডাঙৰীয়াৰ ভাৰতৰে থকা সম্পৰ্ক তথা তেওঁ ভাৰতত আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে। তেওঁ ভাৰতৰ ‘অটোমোটিভ উদ্যোগ’ৰ উত্তৰণৰ ক্ষেত্ৰত ‘ছুজুকি মটৰ্ছে’ গ্ৰহণ কৰা পৰিৱৰ্তনসাধনী ভূমিকাৰো শলাগ লয়। তেওঁলোক দুয়ো ‘উত্পাদন সংযোজিত উত্সাহ’ আঁচনি(পিএলআই)ৰ অধীনত ‘অটোমোবাইল’ আৰু ‘অটো কম্পনেণ্ট’ খণ্ডত আবেদন কৰা প্ৰতিষ্ঠানসমূহৰ অন্যতম হিচাপে ‘ছুজুকি মটৰ গুজৰাট প্ৰাইভেট লিমিটেড’ আৰু ‘মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেড’-ৰ অনুমোদনক প্ৰশংসা কৰে।