ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 29th, 11:20 am
অৱশ্যে, এনেকুৱা বহু লোক আছে যাৰ সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে। আনকি মই গুজৰাটত থকা কালত আৰু মই গুজৰাটৰ পৰা দিল্লীলৈ অহাৰ সময়তো। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ঘনিষ্ঠ পৰিচয় আছে। মই আনন্দিত যে আজি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো।প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে
August 29th, 11:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাই ২৯ আগষ্টত টকিঅ’ত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু কেইডানৰেনে [জাপান বিজনেছ ফেডাৰেচন]-ৰ উদ্যোগত আয়োজিত ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে। ইয়াত ভাৰত-জাপান বিজনেছ লিডাৰ্ছ ফৰামৰ চিইঅ’সকলকে প্ৰমুখ্য কৰি ভাৰত আৰু জাপানৰ উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলে ভাগ লয়।গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ
August 26th, 11:00 am
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র ভাই পেটেল, ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী কেইচি ওনো চান, ছুজুকি মটৰ কৰ্পোৰেচনৰ সভাপতি শ্ৰী তোশিহিৰো ছুজুকি চান, মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক হিছাচি টেকুচি চান, অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গভা, হনচলপুৰ প্ৰকল্পৰ সকলো কৰ্মচাৰী, অন্যান্য গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্রলোকসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপ উদ্বোধন কৰে
August 26th, 10:30 am
সেউজ শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপ উদ্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গণেশ উৎসৱৰ মাজত ভাৰতৰ 'মেক ইন ইণ্ডিয়া' যাত্ৰাত এক নতুন অধ্যায় যোগ কৰা হৈছে। তেওঁ কয় যে 'মেক ইন ইণ্ডিয়া’, মেক ফৰ ৱৰ্ল্ড’ৰ অংশীদাৰী লক্ষ্যৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি ভাৰতত নিৰ্মিত বৈদ্যুতিক বাহন ১০০ খন দেশলৈ ৰপ্তানি কৰা হ'ব। তেওঁ লগতে দেশত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ'ড উৎপাদন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। আজি ভাৰত আৰু জাপানৰ মাজ বন্ধুত্বকো এক নতুন মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সকলো নাগৰিকক, জাপান আৰু ছুজুকি মটৰ কৰ্পোৰেশ্যনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।২৫–২৬ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
August 24th, 01:08 pm
২৫ - ২৬ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ অহা ২৫ আগষ্টৰ সন্ধিয়া প্ৰায় ৬ বজাত আহমেদাবাদৰ খোদালধাম খেলপথাৰত ৫৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশলৈ উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত ৰাজহুৱা অনুষ্ঠানতো ভাষণ আগবঢ়াব।Chairman of Suzuki Motor Corp Mr. Osamu Suzuki meets CM
August 24th, 12:57 pm
Chairman of Suzuki Motor Corp Mr. Osamu Suzuki meets CMChief Minister Narendra Modi’s meeting with Mitsui-India CMD Suzuki
December 05th, 09:53 am
Chief Minister Narendra Modi’s meeting with Mitsui-India CMD Suzuki