মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।Cabinet approves India’s Nationally Determined Contribution for 2031 to 2035
March 25th, 05:35 pm
The Union Cabinet, under the chairmanship of PM Modi, has approved India’s Nationally Determined Contribution (NDC) for the period 2031 to 2035, enhancing the country’s ambition under the UNFCCC and the Paris Agreement. This marks a major milestone in India’s journey towards a low-carbon, climate-resilient future, further strengthening its role as a global leader in climate action. India’s climate commitments will generate new opportunities for youth and women.This is the New India that leaves no stone unturned for development: PM Modi
March 23rd, 08:30 pm
PM Modi addressed the TV9 Summit and emphasized that India's economy is progressing rapidly, leaving behind the pre-2014 conditions. He affirmed that India stands with its own interests, with peace and with dialogue and gave a detailed account of the country's development momentum over the last 23 days. Asserting that national interest must be placed above party interest, the PM drew inspiration from icons who always placed the nation above self.Prime Minister Shri Narendra Modi addresses TV9 Network Summit
March 23rd, 08:00 pm
PM Modi addressed the TV9 Summit and emphasized that India's economy is progressing rapidly, leaving behind the pre-2014 conditions. He affirmed that India stands with its own interests, with peace and with dialogue and gave a detailed account of the country's development momentum over the last 23 days. Asserting that national interest must be placed above party interest, the PM drew inspiration from icons who always placed the nation above self.The days of TMC’s hooliganism are coming to an end: PM Modi in Kolkata, West Bengal
March 14th, 03:30 pm
Addressing a massive public meeting at the historic Brigade Parade Ground in Kolkata, Prime Minister Narendra Modi said, “This historic land of Bengal, this historic ground of Brigade Parade and this sea of people reflect the enthusiasm and spirit of the people. If anyone wants to know what Bengal is thinking and what lies in the hearts of its people, they should just look at these scenes.” He also gave a clarion call from Brigade Ground, “Paltano Dorkaar, Chai BJP Sorkaar.”PM Modi’s fiery speech electrifies the crowd in Kolkata
March 14th, 03:00 pm
Addressing a massive public meeting at the historic Brigade Parade Ground in Kolkata, Prime Minister Narendra Modi said, “This historic land of Bengal, this historic ground of Brigade Parade and this sea of people reflect the enthusiasm and spirit of the people. If anyone wants to know what Bengal is thinking and what lies in the hearts of its people, they should just look at these scenes.” He also gave a clarion call from Brigade Ground, “Paltano Dorkaar, Chai BJP Sorkaar.”India is not just progressing, India is moving to the Next: PM Modi
March 12th, 10:47 pm
In his address at the NXT Summit, PM Modi emphasized that just as the 1930 Dandi march unified the country in the pursuit of freedom, the current Viksit Bharat mission is the collective goal of 140 crore Indians. He highlighted the positive statements made by global leaders such as Mark Carney and Emmanuel Macron about India. Remarking on the ongoing discussions surrounding LPG, the PM called upon citizens to prioritize facts over misinformation.PM Modi addresses the NXT Summit
March 12th, 08:30 pm
In his address at the NXT Summit, PM Modi emphasized that just as the 1930 Dandi march unified the country in the pursuit of freedom, the current Viksit Bharat mission is the collective goal of 140 crore Indians. He highlighted the positive statements made by global leaders such as Mark Carney and Emmanuel Macron about India. Remarking on the ongoing discussions surrounding LPG, the PM called upon citizens to prioritize facts over misinformation.উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভনি তথা আজমেৰৰ পৰা এইচ পি ভি টিকাকৰণৰ দেশজোৰা অভিযান আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
February 28th, 12:00 pm
আজি এই পবিত্ৰ তীৰ্থৰাজ পুষ্কৰ আৰু মাতা সাবিত্ৰীৰ ভূমিত আপোনালোক সকলোৰে মাজলৈ আহি আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ সুযোগ পাইছো। এই মঞ্চৰ পৰাই পৃথ্বীৰাজৰ ভূমি আজমেৰৰ সুৰসুৰাৰ তেজাজী ধামক প্ৰণাম জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ আজমেৰত দেশজোৰা এইচ পি ভি টিকাকৰণ অভিযান আৰু ১৭,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে
February 28th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজমেৰত এক জনসভাত ভাষণ দি ৰাজস্থানৰ উন্নয়ন যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ সাংস্কৃতিক আৰু বীৰত্বপূৰ্ণ উত্তৰাধিকাৰক শ্ৰদ্ধাঞ্জলি জনায়, য’ত সুৰসুৰাৰ তেজাজী ধাম আৰু হাইফাক মুক্ত কৰাৰ ক্ষেত্ৰতমেজৰ দলপত সিঙৰ বীৰত্বক ভূমিকাক ইজৰাইলত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।”PM Modi lauds milestone of 30 lakh households adopting rooftop solar under PM Surya Ghar scheme
February 23rd, 08:41 pm
The Prime Minister, Shri Narendra Modi today hailed the achievement of empowering 30 lakh households across the nation with rooftop solar power, describing it as a commendable milestone in India’s clean energy journey.প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাষিতম শ্বেয়াৰ কৰে, য'ত প্ৰগতিৰ বাবে সক্ৰিয় হোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰা হয়
February 13th, 12:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত প্ৰবাদ শ্বেয়াৰ কৰে, য'ত চিৰ গতিশীল সূৰ্যৰ দৰে প্ৰগতিৰ বাবে জীৱনত সক্ৰিয় হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।কেৰালাৰ থিৰুৱনন্তপুৰমত উন্নয়নমূলক কামৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী ভাষান্তৰ
January 23rd, 11:00 am
কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ মহাশয়, মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন মহাশয়, বিভিন্ন স্থানৰ পৰা সংযুক্ত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মীসকল, থিৰুৱন্তপুৰমৰ গৌৰৱ আৰু নৱ নিৰ্বাচিত মেয়ৰ, মোৰ অতি পুৰণি সহকৰ্মী ভি ভি ৰাজেশ মহাশয়, অন্যান্য গণ্যমান্য ব্যক্তিসকল তথা ভদ্ৰ মহিলা আৰু ভদ্র লোকসকল! নমস্কাৰম!কেৰালাৰ থিৰুৱনন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা প্ৰকল্প মুকলিকৰণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 23rd, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প উদ্বোধন আৰু পতাকা জোকাৰি মুকলি কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কেৰালাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাই আজি নতুন গতি লাভ কৰা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে কেৰালাত ৰে’ল সংযোগ অধিক শক্তিশালী কৰা হৈছে আৰু থিৰুৱন্তপুৰমক এক মুখ্য ষ্টাৰ্টআপ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কেৰালাৰ পৰা পিএম স্বনিধি ক্ৰেডিট কাৰ্ড মুকলি কৰাৰ লগে লগে দৰিদ্ৰ কল্যাণৰ বাবে এক গুৰুত্বপূৰ্ণ দেশজোৰা পদক্ষেপো আৰম্ভ হৈছে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ জৰিয়তে সমগ্ৰ দেশতে পথ বিক্ৰেতা, হকাৰ আৰু পদপথত কাম কৰা লোকসকল উপকৃত হ’ব। এই উন্নয়ন আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰিব পৰা পদক্ষেপৰ বাবে তেওঁ কেৰালাৰ জনসাধাৰণ আৰু সমগ্ৰ দেশৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।The cruel TMC government does not allow central schemes to reach West Bengal: PM Modi in Malda
January 17th, 03:00 pm
Prime Minister Narendra Modi today addressed a massive public rally in Malda, West Bengal, highlighting the pivotal role of Eastern India in shaping a Viksit Bharat by 2047. He underscored that Eastern India was long shackled by those who thrived on pisive politics, whereas the BJP has freed the region from such constraints.PM Modi draws huge crowd at Malda Rally in West Bengal
January 17th, 02:34 pm
Prime Minister Narendra Modi today addressed a massive public rally in Malda, West Bengal, highlighting the pivotal role of Eastern India in shaping a Viksit Bharat by 2047. He underscored that Eastern India was long shackled by those who thrived on pisive politics, whereas the BJP has freed the region from such constraints.হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 06th, 08:14 pm
হিন্দুস্তান টাইমছ সন্মিলনত ভাৰত আৰু বিদেশৰ ভালে কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিছে। মই আয়োজকবৃন্দ আৰু মতামত আগবঢ়োৱা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, এয়া মই শুনিলো। প্ৰথমে তেওঁ কৈছে যে যোৱাবাৰ মোদী জীয়ে ভ্ৰমণ কৰোতে তেওঁ এই পৰামৰ্শ প্ৰদান কৰিছিল। এই দেশৰ কোনেও মিডিয়া হাউচক নিজৰ কাম কৰিবলৈ ক’বলৈ সাহস নকৰে। কিন্তু মই কৈছিলো আৰু মই সুখী যে শোভানা জী আৰু তেওঁৰ টীমটোৱে এই কামটো অতিশয় উৎসাহেৰে কৰিলে। আৰু মই ক্ষন্তেক পূৰ্বে প্ৰদৰ্শনীখন চালো, সেয়ে মই সকলোকে প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাইছো। এই ফটোগ্ৰাফাৰ বন্ধুসকলে এই মুহূৰ্তটোক এনেদৰে বন্দী কৰিছে যে মুহূৰ্ততো স্মৰণীয় হৈ উঠিছে। দ্বিতীয়তে তেওঁ কৈছিল আৰু মই মাত্ৰ কথাটো বুজিবলৈ চেষ্টা কৰিছো, তেওঁ ক'ব পাৰিলেহেঁতেন, আপুনি দেশৰ সেৱা কৰি যাওক। কিন্তু ইয়াৰ পৰিৱৰ্তে হিন্দুস্তান টাইমছে কৈছিল, আপুনি দেশৰ সেৱা কৰি যাওক। ইয়াৰ বাবেও মই মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে
December 06th, 08:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।ৰাজস্থানৰ বনস্বৰাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
September 25th, 02:32 pm
মা ত্ৰিপুৰা সুন্দৰী কি জয়, বেনেশ্বৰ ধাম কি জয়, মংগড় ধাম কি জয়, জয় গুৰু আপোনালোক সকলোলৈ! ৰাম-ৰাম! মাননীয় ৰাজ্যপাল শ্ৰীযুত হৰিভাও বাগাড়ে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, কেবিনেটত মোৰ সহকৰ্মী প্ৰহ্লাদ যোশী জী, গজেন্দ্ৰ সিং শেখাৱত জী আৰু যোধপুৰৰ পৰা আমাৰ লগত যোগদান কৰা অশ্বিনী বৈষ্ণৱ জী, , বিকানেৰৰ পৰা আমাৰ সৈতে যোগদান কৰা শ্ৰী অৰ্জুন ৰাম মেঘৱাল জী, উপ-মুখ্যমন্ত্ৰী প্ৰেম চান্দ বৈৰৱা জী আৰু দিয়া কুমাৰী জী, বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত মদন ৰাথোৰ জী, ৰাজস্থান চৰকাৰৰ মন্ত্ৰীসকল, ইয়াত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বনস্বৰাত ১,২২,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে
September 25th, 02:30 pm
ৰাজস্থানৰ বনস্বৰাত ১,২২,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। নৱৰাত্ৰিৰ চতুৰ্থ দিনা প্ৰধানমন্ত্ৰীয়ে বনস্বৰাৰ পবিত্ৰ ভূমি মা ত্ৰিপুৰা সুন্দৰী পৰিদৰ্শন কৰাৰ সৌভাগ্য লাভৰ কথাও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁ কনথাল আৰু ভগদৰ গংগা হিচাপে পূজনীয় মা মাহীকো প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাহীৰ পানী ভাৰতৰ জনজাতীয় সম্প্ৰদায়ৰ স্থিতিস্থাপকতা আৰু সংগ্ৰামৰ প্ৰতীক। তেওঁ মহাযোগী গোবিন্দ গুৰুজীৰ প্ৰেৰণাদায়ক নেতৃত্বৰ বিষয়ত আলোকপাত কৰে, যাৰ উত্তৰাধিকাৰ আজিও অব্যাহত আছে, সেই মহান কাহিনীৰেই সাক্ষী বহন কৰিছে মাহীৰ পবিত্ৰ পানীয়ে। শ্ৰী মোদীয়ে মা ত্ৰিপুৰা সুন্দৰী আৰু মা মাহীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু এই ভক্তি তথা বীৰত্বৰ ভূমিৰ পৰা মহাৰাণা প্ৰতাপ আৰু ৰাজা বংছিয়া ভীলক শ্ৰদ্ধাঞ্জলি জনায়।