২৯-৩০ নৱেম্বৰত ৰায়পুৰত আৰক্ষী সঞ্চালকপ্ৰধান/মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 27th, 12:45 pm
প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনৰ ২৯-৩০ নৱেম্বৰত চত্তিছগড়ৰ ৰায়পুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত অনুষ্ঠিত হ’বলগীয়া আৰক্ষী সঞ্চালকপ্ৰধান/মহাপৰিদৰ্শসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব।