প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীক সমৰ্থন কৰাৰ বাবে চৰকাৰৰ গভীৰ প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে
September 04th, 08:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ অৰ্থনৈতিক প্ৰগতি আৰু সামাজিক পৰিৱৰ্তনৰ চালিকা শক্তি হিচাবে পৰিগণিত হোৱা ভাৰতৰ মধ্যবিত্ত শ্ৰেণীক সমৰ্থন কৰাৰ বাবে চৰকাৰৰ গভীৰ প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।