পুৰুষৰ ৮৭ কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা সুনীল কুমাৰক লৈ উল্লাসিত প্ৰধানমন্ত্ৰী

October 04th, 08:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত পুৰুষৰ ৮৭ কেজি মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভৰ বাবে সুনীল কুমাৰক প্ৰশংসা কৰে।