মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা সুনেত্ৰ পাৱাৰজীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
January 31st, 05:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা আৰু এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা সুনেত্ৰ পাৱাৰজীক অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয়- “মই নিশ্চিত যে তেওঁ ৰাজ্যবাসীৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰিব আৰু প্ৰয়াত অজিতদাদা পাৱাৰৰ দৃষ্টিভংগী পূৰণ কৰিব”।