প্ৰবীণ অভিনেত্ৰী সুলোচনাৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

June 04th, 10:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ অভিনেত্ৰী সুলোচনাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে সুঅভিনেত্ৰীগৰাকীৰ চিনেমাৰ উত্তৰাধিকাৰ তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে জীয়াই থাকিব।

প্ৰখ্যাত মাৰাঠী লাৱনী গায়ক সুলোচনা টাই চাৱনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

December 10th, 06:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত মাৰাঠী লাৱনী গায়ক সুলোচনা টাই চাৱনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷