প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুক শুভেচ্ছা জ্ঞাপন কৰে

December 11th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী সুখৱিন্দৰ সিং সুখুক অভিনন্দন জ্ঞাপন কৰিছে।