Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar
May 27th, 11:30 am
PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.
গুজৰাটৰ নগৰ বিকাশৰ কাহিনীৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 27th, 11:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত গুজৰাট নগৰীয়া বিকাশৰ ২০ বছৰ উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নগৰ উন্নয়ন বৰ্ষ ২০২৫ৰ শুভাৰম্ভ কৰে। সমাবেশত সম্বোধন কৰি তেওঁ কয় যে যোৱা দুদিন ধৰি বদোদৰা, দাহোদ, ভুজ, আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণৰ সময়ত তেওঁ অপাৰেচন সিন্দূৰৰ সফলতাৰ অনুনাদ আৰু উৰি থকা ত্ৰিৰংগাৰ জৰিয়তে দেশপ্ৰেমৰ উচ্ছ্বাস অনুভৱ কৰি আহিছে। এয়া দৃষ্টিনন্দন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই অনুভূতি কেৱল গুজৰাটতে নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিটো কোণত আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে সন্ত্ৰাসবাদৰ কণ্টক আঁতৰাবলৈ মনস্থ কৰাৰ লগতে ইয়াক সম্পূৰ্ণ দৃঢ় বিশ্বাসৰে সম্পন্ন কৰিছিল।
শ্বহীদ দিৱসৰ দিনা ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
March 23rd, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে মহান স্বাধীনতা সংগ্ৰামী ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশৰ প্ৰতি, জাতিৰ প্ৰতি তেওঁলোকৰ চৰম ত্যাগক সন্মান জনায়।২৪.০৯.২০২৩ত ‘মন কী বাত’ৰ ১০৫সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 24th, 11:30 am
'মন কী বাত'ৰ আন এটা খণ্ডত দেশৰ সফলতা, দেশবাসীৰ সফলতা, তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱনশৈলী আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ সুযোগ পালোঁ। শেহতীয়াকৈ মই পোৱা চিঠি আৰু বাৰ্তা বেছিভাগেই দুটা কথাৰ ওপৰত কেন্দ্ৰীভূত। প্ৰথমটো হৈছে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ আৰু দ্বিতীয়টো হ’ল দিল্লীত জি-২০ৰ সফল আয়োজন। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা, সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা সকলো বয়সৰ মানুহৰ পৰা অগণন চিঠি পাইছিলোঁ। চন্দ্ৰযান-৩ৰ লেণ্ডাৰখন যেতিয়া চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল তেতিয়া লাখ লাখ লোকে বিভিন্ন মাধ্যমৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈছিল। ইছৰোৰ ইউটিউব লাইভ চেনেলত আশী লক্ষাধিক লোকে এই অনুষ্ঠানটো চাইছিল– যিটো এক অভিলেখ। ইয়াৰ পৰাই বুজা যায় যে চন্দ্ৰযান-৩ৰ সৈতে লাখ লাখ ভাৰতীয়ৰ কিমান গভীৰ সম্পৰ্ক আছে। চন্দ্ৰযানৰ এই সফলতাক লৈ বৰ্তমান দেশত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ইয়াৰ নাম– ‘চন্দ্ৰযান-৩ মহাকুইজ’। মাইগভ পৰ্টেলত চলি থকা এই প্ৰতিযোগিতাত এতিয়ালৈকে পোন্ধৰ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। মাইগভ আৰম্ভ হোৱাৰ পিছত যিকোনো কুইজৰ বাবে এইটোৱেই সৰ্বাধিক অংশগ্ৰহণ। মই এইটোও ক'ম যে যদি আপুনি এতিয়াও অংশগ্ৰহণ কৰা নাই তেন্তে পলম নকৰিব আৰু ছদিন বাকী আছে। এই কুইজত নিশ্চিতভাৱে অংশগ্ৰহণ কৰক।শ্বহীদ দিৱসত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
March 23rd, 09:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
March 23rd, 06:05 pm
পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
March 23rd, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।শ্বহীদ দিৱসত শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ
March 23rd, 09:19 am
আজি শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধা নিবেদন কৰে।শ্বহীদ দিৱসত শ্বহীদসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল
March 23rd, 09:08 am
আজি শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৎ সিং, সুখদেব আৰু ৰাজগুৰুলৈ শ্ৰদ্ধা নিবেদন কৰিছে।ভাৰতৰ স্বাধীনতা সংগ্রামত অংশগ্রহণকাৰী মহান ব্যক্তিসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি প্রধানমন্ত্রীৰ
March 12th, 03:21 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি সকলো স্বাধীনতা সংগ্রামী, স্বাধীনতা আন্দোলনৰ সৈতে জড়িত যুঁজ আৰু সংগ্রামৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ তেওঁ ভাৰতৰ গৌৰৱময় স্বাধীনতা সংগ্রামৰ ইতিহাসত যিসকলে উপযুক্ত স্বীকৃতি নোপোৱাৰ লগতে যিবোৰ ঘটনা লোকচক্ষুৰ আঁতৰত আছিল, সেইবোৰৰ প্রতিও উপযুক্ত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী আশ্রমত আজাদীৰ অমৃত মহোৎসৱ (ইন্ডিয়া@৭৫)ৰ শুভাৰম্ভ কৰি ভাষণ আগবঢ়ায়৷‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 12th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫-ৰ
March 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।পণ্ডিত দীন দয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
November 21st, 11:06 am
পণ্ডিত দীন দয়াল উপাধ্যায় পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠান উপলক্ষে আপোনালোক সকলোলৈ অভিনন্দন জনাইছো৷ যিসকলে আজি স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁলোকক আৰু তেওঁলোকৰ পিতৃ-মাতৃসকলোলৈও অশেষ অভিনন্দন জনাইছো৷ আজি দেশে আপোনালোকৰ দৰে উদ্যোগৰ বাবে প্ৰস্তুত ‘স্নাতক’ লাভ কৰিছে৷ আপোনালোকক অভিনন্দন আপোনালোকৰ পৰিশ্ৰমৰ বাবে, আপোনালোকে যি এই বিশ্ববিশ্বদ্যালয়ত শিকিছে তাৰ বাবে আৰু অনেক শুভকামনা থাকিল, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যি বৃহৎ লক্ষ্য লৈ আজি আপোনালোকে ইয়াৰ পৰা প্ৰস্থান কৰিছে সেই লক্ষ্যৰ বাবে, নতুন যাত্ৰাৰ বাবে৷গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰ
November 21st, 11:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তন মুকলি কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ একেটা দিনতে ৪৫ মেগাৱাট ক্ষমতাসম্পন্ন এক মনোক্ৰিষ্টালাইন ছ’লাৰ ফটোভোলটেক পেনেলৰো শিলান্যাস কৰে। ইয়াৰ উপৰিও তেওঁ ৱাটাৰ টেকন’লজীৰ এক উৎকৰ্ষ কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে সেই বিশ্ববিদ্যালয় কেম্পাছত এটা ইনোভেশ্যন এণ্ড ইনকিউবেশ্যন চেন্টাৰ আৰু টেকন’লজী বিজনেছ ইনকিউবেশ্যন আৰু ট্ৰান্সলেশ্যনেল ৰিচাৰ্ছ চেন্টাৰ আৰু স্প’ৰ্টছ কমপ্লেক্সৰো আনুষ্ঠানিক উদ্বোধন কৰে।Prime Minister Pays Tributes to Martyrs on Shaheedi Diwas
March 23rd, 10:53 am
Prime Minister Shri Narendra Modi paid tributes to Bhagat Singh, Sukhdev and Rajguru on the occasion of the ShaheediDiwas (Martyrs’ Day) todayMaharashtra has decided to keep the ‘double-engine of growth’ going by supporting the BJP in these elections: PM Modi
April 17th, 10:59 am
Prime Minister Narendra Modi addressed a huge rally of supporters in Madha, Maharashtra today. Elaborating on the need and advantages of a stable and strong government in the country, PM Modi said, “Who better than the people of Maharashtra, the land of Chhatrapati Shivaji Maharaj, would know the importance of a strong and capable government and what it is able to achieve.PM Modi addresses rally in Madha, Maharashtra
April 17th, 10:58 am
Prime Minister Narendra Modi addressed a huge rally of supporters in Madha, Maharashtra today. Elaborating on the need and advantages of a stable and strong government in the country, PM Modi said, “Who better than the people of Maharashtra, the land of Chhatrapati Shivaji Maharaj, would know the importance of a strong and capable government and what it is able to achieve.শ্বহীদ দিৱসত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
March 23rd, 09:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱসত তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে৷India is changing. India's standing at the global stage is rising and this is due to Jan Shakti: PM
September 11th, 11:18 am
PM Narendra Modi addressed students' convention on the theme of ‘Young India, New India.’ Recalling Swami Vivekananda’s speech in Chicago, PM Modi remarked, “Just with a few words, a youngster from India won over the world and showed the world the power of oneness.” He added that a lot could be learnt from Swami Vivekananda’s thoughts.PM Modi addresses students' convention on the theme of ‘Young India, New India’
September 11th, 11:16 am
PM Narendra Modi addressed students' convention on the theme of ‘Young India, New India.’ Recalling Swami Vivekananda’s speech in Chicago, PM Modi remarked, “Just with a few words, a youngster from India won over the world and showed the world the power of oneness.” He added that a lot could be learnt from Swami Vivekananda’s thoughts.