কমনৱেল্থ গেমছৰ পেৰা ভাৰোত্তোলনত পুৰুষৰ হেভীৱেট শাখাত স্বৰ্ণ পদক জয় কৰাৰ বাবে সুধীৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 05th, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেল্থ গেমছ, ২০২২ৰ পেৰা ভাৰোত্তোলনত পুৰুষৰ হেভীৱেট শাখাত স্বৰ্ণ পদক জয় কৰাৰ বাবে সুধীৰক অভিনন্দন জনাইছে।