
মন কী বাতৰ শেহতীয়া খণ্ডত মেদবহুলতাৰ বিৰুদ্ধে সামূহিক ব্যৱস্থা গ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
February 24th, 09:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেদবহুলতাৰ বৰ্ধিত হাৰ প্ৰতিহত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে তথা খোৱা তেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বিষয়টোত ভূমিকা গ্ৰহণৰ বাবে বিশিষ্ট ব্যক্তিসকলক আহ্বান জনায়। তেওঁ লগতে আন্দোলনটোক অধিক সম্প্ৰসাৰণৰ বাবে আৰু ১০ গৰাকী লোকক মনোনীত কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভালৈ শ্ৰীমতী সুধা মূৰ্তিৰ মনোনয়নত সুখ প্ৰকাশ কৰে
March 08th, 02:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনয়ন দিয়াত সুখ প্ৰকাশ কৰিছে।