প্ৰধানমন্ত্ৰীয়ে তিৰুপুৰ কুমাৰন আৰু সুব্ৰমণ্য শিৱালৈ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
October 04th, 04:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ দুগৰাকী আগশাৰীৰ সংগ্ৰামী তিৰুপুৰ কুমাৰন আৰু সুব্ৰমণ্য শিৱালৈ তেওঁলোকৰ স্মৃতি দিৱস উপলক্ষে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।