বিভাজনৰ বিভীষিকাময় স্মৃতি দিৱসত বিভাজনে প্ৰভাৱিত কৰা লোকসকলৰ সাহসক স্মৰণ প্ৰধানমন্ত্ৰীৰ

August 14th, 08:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে আমি বিভাজন বিভীষিকাময় স্মৃতি দিৱস উদযাপন কৰাৰ সময়ত এই বিভাজনৰ দ্বাৰা প্ৰভাৱিতসকলৰ সাহসক স্মৰণ কৰিছো। তেওঁ কয় যে এয়া ইতিহাসৰ এনে এটা মুহূৰ্ত, য’ত বহুতো জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, য’ত পৰিয়ালসমূহ উৎখাত হৈছিল, বহুতে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সংকল্প, অধ্যৱসায় আৰু ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

August 13th, 07:37 am

জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত আৰু প্ৰতিকূল পৰিস্থিতিক ইতিবাচকলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত সংকল্প, অধ্যৱসায় আৰু সাহসৰ শক্তিৰ ওপৰত আলোকপাত কৰি আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

দৃষ্টিভংগী, চিন্তা, শব্দ আৰু কৰ্মৰ জৰিয়তে হৃদয় জয় কৰাৰ শক্তিত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ

August 12th, 08:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দৃষ্টিভংগী, চিন্তা, শব্দ আৰু কৰ্মৰ জৰিয়তে হৃদয় জয় কৰাৰ শক্তিক আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।

ব্যক্তিৰ জীৱন উজ্জ্বল কৰা আৰু চৰিত্ৰ নিৰ্মাণ কৰা আঠটা অত্যাৱশ্যকীয় গুণৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

August 11th, 08:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যক্তিৰ জীৱন উজ্জ্বল কৰা আৰু চৰিত্ৰ নিৰ্মাণ কৰা আঠটা অত্যাৱশ্যকীয় গুণৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।

সত্যবাদী আৰু প্ৰামাণিক তথ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

August 10th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজহুৱা স্বাৰ্থৰ হকে প্ৰচাৰিত সঁচা, প্ৰামাণিক তথ্যই মানুহক শক্তিশালী কৰাৰ লগতে সম্প্ৰীতি আনে বুলি উল্লেখ থকা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।

নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

August 07th, 11:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

পৃথিৱীক সকলো জীৱৰ লালন-পালন কৰা মাতৃ আখ্যা দিয়া সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

August 06th, 11:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি মানৱতাই পৃথিৱীৰ সৈতে সম্প্রীতিৰে বাস কৰিব পাৰে বুলি উল্লেখ কৰাৰ লগতে কয় যে পৃথিৱী সকলো জীৱৰ লালন-পালন কৰা মাতৃ আৰু পৃথিৱীক বৰ্তাই ৰখা নৈতিক ব্যৱস্থাক সন্মান জনোৱা উচিত।

আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

August 05th, 12:30 pm

আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃ

ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰচেষ্টা আৰু একাগ্ৰতাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

August 04th, 11:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰচেষ্টা আৰু একাগ্ৰতাক প্ৰশংসা কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ

সাহস আৰু অধ্যৱসায়ৰ গুৰুত্বত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

August 03rd, 09:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাগ্য প্রতিকূল হৈ হ’লেও কেতিয়াও সাহস হেৰুৱাব নালাগে, কিয়নো ধৈৰ্য আৰু অধ্যৱসায়ে এজন ব্যক্তিক হেৰুওৱা স্থান ঘূৰাই পোৱাত সহায় কৰিব পাৰে। তেওঁ উল্লেখ কৰে যে মাজ সাগৰত জাহাজ ধবংস হ’লে যেনেকৈ এজন দক্ষ নাৱিকে আশা নেহেৰুৱাই সাঁতুৰি জীয়াই থাকিবলৈ চেষ্টা অব্যাহত ৰাখে, ঠিক তেনেকৈ দৃঢ় সংকল্প আৰু অটল প্ৰচেষ্টাই প্ৰতিকূল পৰিস্থিতি অতিক্ৰম কৰাত সফল কৰে।

Prime Minister shares Sanskrit Subhashitam highlighting respect for nature and environmental stewardship

July 30th, 10:26 am

PM Modi shares a Sanskrit Subhashitam highlighting that respect for nature, the environment and all creation lies at the core of our existence. He encourages everyone to serve nature with gratitude and work together towards building a healthy, prosperous and strong nation.

Prime Minister shares Sanskrit Subhashitam highlighting the role of teachers on Guru Purnima

July 29th, 08:20 am

PM Modi extends Guru Purnima greetings and shares a Sanskrit Subhashitam highlighting the invaluable role of teachers in shaping lives. He reflects on how Gurus inspire, guide, educate and awaken wisdom, encouraging everyone to make their ideals a guiding force in life.

Prime Minister shares Sanskrit Subhashitam highlighting the importance of protecting nature

July 28th, 07:48 am

PM Modi shares a Sanskrit Subhashitam highlighting that the welfare of humanity lies in protecting and respecting nature. Reflecting on India's timeless traditions, he emphasises that righteousness and harmonious coexistence with nature form the foundation of peace, prosperity and well-being.

Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership

July 27th, 07:43 am

PM Modi shares a Sanskrit Subhashitam highlighting the importance of noble character in earning respect, trust and responsibility. He emphasises how integrity, humility and disciplined conduct form the foundation of effective leadership, lasting success and a life that inspires others..

হিতকাৰী চিন্তা, শব্দ আৰু কাম-কাজৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

July 24th, 07:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে, য'ত চিন্তা, শব্দ আৰু কৰ্মৰ অবিৰত অনুশীলনে জীৱনত এজনৰ চৰিত্ৰ আৰু দিশ কেনেদৰে গঠন কৰে তাৰ ওপৰত আলোকপাত কৰা হৈছে।

ব্যক্তিগত আত্মা আৰু সাৰ্বজনীন চেতনাৰ মাজত গভীৰ মহাজাগতিক সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম্ শ্বেয়াৰ

July 23rd, 07:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যক্তিগত আত্মা আৰু সাৰ্বজনীন চেতনাৰ মাজৰ গভীৰ মহাজাগতিক সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।

এজন আদৰ্শ আৰু সঁচাকৈয়ে উত্তম ব্যক্তিৰ গুণৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

July 22nd, 07:42 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যক্তিগত, সামাজিক আৰু ৰাষ্ট্ৰীয় কৰ্তব্য পালনৰ ক্ষেত্ৰত এজন আদৰ্শ আৰু প্ৰকৃততে উত্তম ব্যক্তিৰ গুণৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।

ধাৰাবাহিক অনুশীলনৰ জৰিয়তে প্ৰগতি লাভ কৰাত মনোযোগ আৰু ইচ্ছাশক্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

July 21st, 08:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি মনোযোগ আৰু ইচ্ছাশক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত নিয়মীয়া অনুশীলন আৰু সমৰ্পিত প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ভাৰতৰ যুৱক-যুৱতীসকলৰ সাহস আৰু অধ্যৱসায়ক প্ৰশংসা কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

July 20th, 11:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ সাহস আৰু অধ্যৱসায়ক প্ৰশংসা কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

প্ৰতিটো লক্ষ্য পূৰণৰ ক্ষেত্ৰত উৎসর্গা আৰু দৃঢ়তাপূৰ্ণ প্ৰচেষ্টাত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

July 17th, 02:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো লক্ষ্য পূৰণৰ ক্ষেত্ৰত উৎসর্গা আৰু দৃঢ়তাপূৰ্ণ প্ৰচেষ্টাত আলোকপাত কৰি কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃ