যুৱক-যুৱতীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যে প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ বাবে প্ৰধানমন্ত্ৰীৰ ফাষ্ট-ট্ৰেক আদালত ঘোষণা

July 23rd, 09:46 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰি কয় যে যুৱক-যুৱতীসকলৰ কল্যাণ আৰু ভৱিষ্যতৰ বাহিৰে আন কোনো বিষয় গুৰুত্বপূৰ্ণ নহয়।