ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ
April 23rd, 02:25 am
ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ দ্বিতীয়খন নেতৃবৰ্গৰ বৈঠক ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী হিজ ৰয়েল হাইনেছ প্ৰিন্স মহম্মদ বিন ছালমানে ২০২৫ চনৰ ২২ এপ্ৰিলত জেদ্দাত অনুষ্ঠিত হয়। পৰিষদে এছপিচিৰ অধীনত ৰাজনৈতিক, প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, কৃষি, সংস্কৃতি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ সম্পৰ্কক সামৰি লোৱা বিভিন্ন সমিতি, উপসমিতি আৰু কৰ্মগোটৰ কাম-কাজৰ পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই কাৰ্য্যবিৱৰণীত স্বাক্ষৰ কৰে।ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
April 23rd, 02:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ এপ্ৰিল, ২০২৫ত চৌদি আৰৱ ভ্ৰমণ কৰে। জেদ্দাৰ ৰয়েল পেলেচত চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।চৌদি আৰৱৰ জেদ্দাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
April 22nd, 04:29 pm
ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত চৌদি আৰৱৰ জেদ্দাত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। বিশেষ সন্মানেৰে চৌদি বায়ুসেনাৰ জেট বিমানে প্ৰধানমন্ত্ৰী মোদীৰ বিমানখন ছৌদি আকাশমাৰ্গত প্ৰৱেশ কৰাৰ সময়ত সুৰক্ষা বেষ্টনীৰে জেদ্দালৈ লৈ যায়। জেদ্দাত প্ৰধানমন্ত্ৰী মোদীক ভব্য আদৰণি জনোৱা হয়। তেওঁ চৌদি আৰৱত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।When the United States and India work together, i.e. 'MAGA' plus 'MIGA', the 'MEGA' Partnership for prosperity is formed: PM Modi
February 14th, 04:57 am
During the joint press meet at the White House, PM Modi expressed his heartfelt gratitude to President Trump for his leadership in strengthening the India-US relationship. He highlighted their shared goals, including boosting trade, energy security, and defense cooperation. PM Modi emphasized the importance of collaboration in technology, space, and combating terrorism, while inviting Trump to visit India again.The foundation of India - France friendship is based on the spirit of deep trust, innovation, & public welfare: PM at India-France CEO Forum, Paris
February 12th, 12:45 am
Giving a boost to business ties between India and France, PM Modi and President Macron attended the CEO Forum in Paris. The PM highlighted India's rise as a global economic powerhouse fueled by stability, reforms and innovation.চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 12th, 12:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ’ৱে আজি পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত যুটীয়াভাৱে ভাষণ দিয়ে। এই মঞ্চই প্ৰতিৰক্ষা, এৰ’স্পেচ, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, আন্তঃগাঁথনি, উন্নত উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জীৱন-বিজ্ঞান, সুস্থতা আৰু জীৱনশৈলী আৰু খাদ্য তথা আতিথ্যৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়ো পক্ষৰে বিভিন্ন গোটৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক একত্ৰিত কৰে।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
January 25th, 01:00 pm
ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত, ইণ্ডোনেছিয়া আমাৰ মুখ্য অতিথি দেশ আছিল। আৰু এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যেতিয়া আমি গণতন্ত্ৰৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ, সেই সময়ত ইণ্ডোনেছিয়া আকৌ এবাৰ, এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হৈছে। এই উপলক্ষে, মই ৰাষ্ট্ৰপতি প্ৰবোৱোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।People-to-people connections are an important pillar of India-Germany relationship: PM Modi
October 25th, 01:50 pm
PM Modi and German Chancellor Scholz addressed the press meet. In his remarks, PM Modi said, Our partnership under the leadership of Chancellor Scholz has gained new momentum and direction. I congratulate Chancellor Scholz for Germany's Focus on India strategy, which provides a blueprint to modernize and elevate the partnership between two large democracies in the world in a comprehensive manner.ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পাঠ
September 05th, 09:00 am
উষ্ম আদৰণিৰ বাবে মই আপোনাক বহুত ধন্যবাদ জনাইছো। আপুনি প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইখন আমাৰ প্ৰথম বৈঠক। আপোনাৰ প্ৰতি মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। মই নিশ্চিত যে 4জিৰ নেতৃত্বত ছিংগাপুৰ অধিক দ্ৰুতগতিত আগবাঢ়িব।ব্ৰুনেইৰ মহামহিম চুলতান হাজী হাছানাল বলকিয়াহৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 04th, 12:11 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী বন্দৰ ছেৰি বেগাৱানৰ ইস্তানা নুৰুল ইমানত উপস্থিত হয় আৰু ব্ৰুনেইৰ মহামহিম চুলতান হাজী হাছানাল বলকিয়াহে তেখেতক উষ্ম আদৰণি জনায়।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা তৰ্জমা
May 24th, 06:41 am
মোৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মোক আৰু মোৰ প্ৰতিনিধিদলক প্ৰদান কৰা আতিথ্য আৰু সন্মানৰ বাবে মই অষ্ট্ৰেলিয়াৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰী এলবানিজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী এলবানিজৰ ভাৰত ভ্ৰমণৰ দুমাহৰ ভিতৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছোঁ। যোৱা এটা বছৰত এয়া হৈছে আমাৰ ষষ্ঠ বৈঠক।প্ৰতিৰক্ষা সামগ্ৰী উৎপাদন সন্দৰ্ভত আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 27th, 05:11 pm
মই আনন্দিত যে ভাৰতৰ প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ সৈতে যুক্ত সকলো গুৰুত্বপূর্ণ ব্যক্তি আজি ইয়াত উপস্থিত আছে৷ এই আলোচনা-চক্ৰ আয়োজনৰ বাবে প্ৰতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিং আৰু তেওঁৰ সমগ্ৰ টীমক বহুত বহুত শুভেচ্ছা জনাইছো৷ আজি ইয়াত যি আলোচনা হ’ব আৰু তাৰ পৰা যি ফল পোৱা যাব, সেইবোৰে প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্রত ভাৰতৰ আত্মনির্ভৰতাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী আৰু গতিশীল কৰিব৷ আপোনালোক সকলোৱে যি পৰামর্শ আগবঢ়াইছে, পৰস্পৰৰে পৰামর্শৰ মাজেৰে আলোচনা কৰিছে, সেয়া নিঃসন্দেহে অনাগত দিনত দেশৰ বাবে অতি উপকাৰী হিচাপে প্ৰমাণিত হ’ব৷প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ ভাৰত বিষয়ক ছেমিনাৰ সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
August 27th, 05:00 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ ভাৰত বিষয়ক এক ছেমিনাৰ সম্বোধন কৰে। প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ হোৱাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰতিৰক্ষা উত্পাদন বৃদ্ধি কৰা, নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰতিৰক্ষা খণ্ডত ব্যক্তিগত অংশগ্ৰহণকাৰীক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰাটোৱেই আমাৰ লক্ষ্য।Strategic Partnership Council Agreement with Saudi Arabia would further strengthen the robust bilateral relations, says Prime Minister Narendra Modi
October 29th, 11:08 am
The signing of the agreement on the Strategic Partnership Council by India and Saudi Arabia would strengthen the already robust relations between the two countries, Prime Minister Narendra Modi said.