প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে

December 01st, 06:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে । শ্ৰী মোদীয়ে কয় যে সেৱা, সাহস আৰু মমতা শিপাই থকা গৌৰৱময় নগা সংস্কৃতি বহুলভাৱে প্ৰশংসিত।

প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে

November 15th, 08:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে ঝাৰখণ্ড হৈছে স্পন্দনশীল জনজাতীয় সংস্কৃতিৰে সমৃদ্ধ এক গৌৰৱময় ভূমি। ভগৱান বীৰছা মুণ্ডাৰ উত্তৰাধিকাৰক স্মৰণেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ ভূমিৰ ইতিহাস সাহসিকতা, সংগ্ৰাম আৰু মৰ্য্যাদাৰ প্ৰেৰণাদায়ক কাহিনীৰে পৰিপূৰ্ণ।

উৎকল দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

April 01st, 08:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৎকল দিৱস উপলক্ষে ওড়িশাবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ওড়িশাৰ ইতিহাস, সাহিত্য আৰু সংগীতক লৈ ভাৰত গৌৰৱান্বিত। ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে কেন্দ্ৰ আৰু ওড়িশা চৰকাৰে ৰাজ্যখনৰ অগ্ৰগতিৰ বাবে ব্যাপক হাৰত কাম কৰি আছে।

‘ৰাজ্যৰ মৰ্যাদা দিৱস’ উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে

December 01st, 12:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডবাসীক ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে নাগা সংস্কৃতি ইয়াৰ কৰ্তব্যনিষ্ঠা আৰু সহানুভূতিশীলতাৰ ভাৱনাৰ বাবে জনাজাত।

প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনায়

February 20th, 10:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষেৰাজ্যবাসীক শুভেচ্ছা জনাইছে। তেখেতে লগতে মিজোৰামৰ অবিৰত প্ৰগতি, শান্তি আৰু সমৃদ্ধিৰ বাবেও প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছে

January 25th, 09:42 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছে।

প্ৰতিষ্ঠা দিৱসত মণিপুৰবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

January 21st, 09:24 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।