PM greets the people of Arunachal Pradesh on the occasion of their Statehood Day

February 20th, 09:35 am

Prime Ministed Shri Narendra Modi greeted the people of Arunachal Pradesh on the occasion of their Statehood Day today.

PM greets the people of Mizoram on the occasion of their Statehood Day

February 20th, 09:33 am

Prime Ministed Shri Narendra Modi greeted the people of Mizoram on the occasion of their Statehood Day today.

হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

January 25th, 10:22 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্য খনৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশক প্ৰকৃতি আৰু সংস্কৃতিৰ এক অনন্য সংগমস্থলী বুলি অভিহিত কৰে।

উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

January 24th, 08:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰি ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধিৰ বাবে তেওঁলোকৰ অমূল্য অৱদানক প্ৰশংসা কৰে।

মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ ৰাজ্যিক দিৱস উপলক্ষে সংস্কৃতৰ সুভাষিতম শ্বেয়াৰ কৰি নিৰন্তৰ প্ৰচেষ্টা আৰু প্ৰগতিৰ মনোভাৱৰ ওপৰত আলোকপাত আৰু শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

January 21st, 09:28 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যসমূহৰ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

January 21st, 09:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

মণিপুৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

January 21st, 09:24 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ ভাই-ভনীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

January 21st, 09:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনায়

June 02nd, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ জনসাধাৰণক আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত অসামান্য বৰঙণি আগবঢ়াই আহিছে। যোৱাটো দশকত এনডিএ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ ‘ইজ অৱ লিভিঙ’ৰ বৰ্ধনৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে, শ্ৰী মোদীয়ে এইদৰে কয়।

‘ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উপলক্ষে গোৱাবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

May 30th, 04:43 pm

‘ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উপলক্ষে গোৱাবাসীলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। গোৱাৰ অনন্য সংস্কৃতি হৈছে ভাৰতৰ গৌৰৱ। গোৱাৰ জনতাই বিভিন্ন খণ্ডত শক্তিশালী স্থান দখল কৰি আহিছে। এই ৰাজ্যখনে সদায় সমগ্ৰ বিশ্বৰ মানুহক আকৰ্ষিত কৰি আহিছে, শ্ৰী মোদীয়ে কয়।

ছিকিম ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জনাইছে

May 16th, 10:13 am

‘ৰাজ্য প্ৰতিস্থা দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই বছৰৰ এই অনুষ্ঠানটোৱে নিতান্তই বিশেষ গুৰুত্ব বহণ কৰিছে, কিয়নো আমি ছিকিমৰ ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ! ছিকিম নৈঃসৰ্গিক সৌন্দৰ্য, চহকী সাংস্কৃতিক পৰম্পৰা আৰু পৰিশ্ৰমী লোকসকলৰ সৈতে সম্পৰ্কিত, শ্ৰী মোদীয়ে লগতে কয়।

গুজৰাটৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

May 01st, 10:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

অৰুণাচল প্ৰদেশৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ জনসাধাৰণক শুভেচ্ছা

February 20th, 04:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে লগতে কয় যে অৰুণাচল প্ৰদেশ ইয়াৰ সমৃদ্ধ পৰম্পৰা আৰু প্ৰকৃতিৰ সৈতে গভীৰ সম্পৰ্কৰ বাবে জনাজাত। শ্ৰী মোদীয়ে লগতে অৰুণাচল প্ৰদেশৰ বিকাশ অব্যাহত থকাৰ কামনা কৰি আগন্তুক বছৰবোৰত ৰাজ্যখনৰ প্ৰগতি আৰু সম্প্ৰীতিৰ যাত্ৰা অব্যাহত থকাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

Prime Minister Narendra Modi extends greetings to the people of Mizoram on their Statehood Day

February 20th, 04:03 pm

The Prime Minister, Shri Narendra Modi has extended warm greetings to the people of Mizoram on their Statehood Day. Shri Modi said that the Mizo culture reflects a beautiful mix of heritage and harmony. He has also wished that Mizoram may continue to prosper, and may its journey of peace, development and progress reach even greater heights in the years to come.

PM greets the people of Himachal Pradesh on the occasion of Statehood Day

January 25th, 09:18 am

The Prime Minister Shri Narendra Modi today greeted the people of Himachal Pradesh on the occasion of Statehood Day.

‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মেঘালয়ৰ জনসাধাৰণক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

January 21st, 08:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মেঘালয়বাসীক শুভেচ্ছা জ্ঞাপন কৰে।

‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

January 21st, 08:43 am

ভাৰতৰ উন্নয়নৰ দিশত মণিপুৰৰ জনসাধাৰণে পালন কৰা ভূমিকাক লৈ গৌৰৱ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মণিপুৰবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত ত্ৰিপুৰাৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনাইছে

January 21st, 08:42 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৰাজ্যৰ মৰ্যদা দিৱস’ত ত্ৰিপুৰাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে।

ৰাজ্য প্ৰতিষ্ঠা দিৱসত মধ্যপ্ৰদেশবাসীক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ

November 01st, 09:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱসত মধ্যপ্ৰদেশবাসীক সম্ভাষণ জনাইছে।

ৰাজ্য প্ৰতিষ্ঠা দিৱসত হাৰিয়ানাবাসীক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ

November 01st, 09:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে হাৰিয়ানাবাসীক সম্ভাষণ জনাইছে।