দূৰদৰ্শী চকু বিশেষজ্ঞ তথা শংকৰ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক ডাঃ এছ এছ বদ্ৰীনাথৰ বিয়োগত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
November 21st, 01:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰদৰ্শী চকু বিশেষজ্ঞ তথা শংকৰ নেত্ৰালয়ৰ প্ৰতিষ্ঠাপক ডাঃ এছ এছ বদ্ৰীনাথৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷