LDF and UDF have looted Keralam for decades through a tacit understanding: PM Modi in Palakkad, Keralam
March 29th, 03:00 pm
Prime Minister Narendra Modi today addressed a massive public gathering in Palakkad, highlighting the growing momentum for change in Keralam and expressing confidence in the rising support for the BJP-led NDA in the state. “I can clearly see a different atmosphere in the state this time. Keralam is sending a message of change,” he said.PM Modi’s speech sparks massive enthusiasm in Palakkad, Keralam
March 29th, 02:45 pm
Prime Minister Narendra Modi today addressed a massive public gathering in Palakkad, highlighting the growing momentum for change in Keralam and expressing confidence in the rising support for the BJP-led NDA in the state. “I can clearly see a different atmosphere in the state this time. Keralam is sending a message of change,” he said.মান্নাথু পদ্মনাভনৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
January 02nd, 09:40 am
প্ৰধানমন্ত্ৰীয়ে মান্নাথু পদ্মনাভন এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি বুলি বৰ্ণনা কৰে যিয়ে বিশ্বাস কৰিছিল যে প্ৰকৃত প্ৰগতি মৰ্যাদা, সমতা আৰু সামাজিক সংস্কাৰৰ ওপৰত আধাৰিত। তেওঁ স্বাস্থ্য, শিক্ষা আৰু মহিলা সবলীকৰণৰ দৰে ক্ষেত্ৰত পদ্মনাভনৰ অগ্ৰণী প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে সেইবোৰ ৰাষ্ট্ৰৰ বাবে অনুপ্ৰেৰণাৰ এক মহান উৎস হৈ আছে।জন্ম জয়ন্তীত শ্ৰী মন্নাথু পদ্মনাভনক স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে
January 02nd, 04:40 pm
জন্ম জয়ন্তীত আজি শ্ৰী মন্নাথু পদ্মনাভনক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৰণ কৰে। শ্ৰী মোদীয়ে তেওঁক এগৰাকী প্ৰকৃত দূৰদৰ্শী হিচাপে প্ৰশংসা কৰে, যিয়ে সমাজৰ উন্নতি, মহিলাসকলক সৱলীকৰণ আৰু মানুহৰ দুখ-কষ্ট দূৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাইছিল।জন্ম বাৰ্ষিকীত মন্নাথু পদ্মনাভনলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
January 02nd, 06:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্নাথু পদ্মনাভনৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে সমাজ সংস্কাৰ, গ্ৰামোন্নয়ন আৰু ভাৰতৰ স্বাধীনতা আন্দোলনলৈ তেওঁৰ অৱদানক সোঁৱৰণ কৰে।মান্নাতু পদ্মনাভনৰ পুণ্য তিথিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
February 25th, 10:57 am
মান্নাতু পদ্মনাভনৰ পুণ্য তিথিত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।জয়ন্তী উপলক্ষে শ্ৰী মন্নাথু পদ্মনাভনলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল
January 02nd, 08:17 pm
জয়ন্তী উপলক্ষে শ্ৰী মন্নাথু পদ্মনাভনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।