ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনালে বিশ্বৰ নেতাসকলে
June 09th, 07:32 pm
ভাৰতত সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ কাইলৈ অভিলেখ গঢ়িবলগীয়া প্ৰধানমন্ত্ৰী মোদীক বিশ্বৰ নেতাসকলে আগতীয়াকৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তনশীল শাসন ব্যৱস্থা, গ্ল’বেল চাউথৰ বাবে তেওঁৰ পোষকতা আৰু তেওঁৰ সৰ্বাংগীন তথা অৰ্থনৈতিকভাৱে গতিশীল ভাৰতৰ দৃষ্টিভংগীক সমগ্ৰ বিশ্বৰ বিশ্বৰ নেতাসকলে স্বীকৃতি দিয়ে।সন্মানৰ বিশ্ব ভ্ৰমণ: এই ২৯খন দেশে সন্মান জনালে প্ৰধানমন্ত্ৰী মোদীক- আৰু কিয় ইয়াত জানক!
July 07th, 04:59 pm
কুৱেইট, ফ্ৰান্স, পাপুৱা নিউগিনি আৰু আন দুই ডজনৰো অধিক ৰাষ্ট্ৰৰ নেতাসকলে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীক নিজৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে, তেতিয়া ইয়াৰ দ্বাৰা কূটনৈতিক সৌজন্যতাতকৈও অধিক প্ৰতিফলন ঘটে। ই এখন দেশৰ ক্ৰমবৰ্ধমান প্ৰভাৱ, মূল্যবোধ আৰু নেতৃত্বৰ বিশ্ব স্বীকৃতিকে সূচায়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত
April 05th, 02:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ৰাষ্ট্ৰপতি দিছানায়কে ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত কৰে। ইয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে ই ভাৰত আৰু শ্ৰীলংকাৰ জনগণৰ মাজত গভীৰভাৱে শিপাই থকা বন্ধুত্ব আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰতীক।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য
April 05th, 11:30 am
আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।