প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছৰ লং জাম্পত ৰূপৰ পদক জয় কৰা শ্ৰীশংকৰ মূৰলীক অভিনন্দন জনায়
October 01st, 11:15 pm
প্ৰধানমন্ত্ৰীয়ে হাংঝৌত চলি থকা এছিয়ান গেমছৰ লং জাম্পত ৰূপৰ পদক জয় কৰা শ্ৰীশংকৰ মূৰলীক অভিনন্দন জ্ঞাপন কৰিছে।‘পেৰিছ ডায়মণ্ড লীগ’ত ব্ৰঞ্জৰ পদক জয় কৰা লং জাম্পাৰ শ্ৰীশংকৰ মুৰলীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
June 10th, 07:56 pm
শ্ৰীশংকৰ মুৰলীয়ে ‘পেৰিছ ডায়মণ্ড লীগ’ত এক উৎকৃষ্ট প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰিছে! তেওঁৰ উল্লেখযোগ্য প্ৰয়াসে তেওঁক এক সন্মানীয় ‘ব্ৰঞ্জ পদক’ৰ অধিকাৰী কৰাৰ লগতে ‘ডায়মণ্ড লীগ’ত ‘লং জাম্প’ শিতানত ভাৰতক প্ৰথমবাৰৰ বাবে পদক লাভৰো সুযোগ প্ৰদান কৰিলে। তেওঁক অভিনন্দন জনাইছোঁ আৰু আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।