২০২৬ চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত ঐতিহাসিক কৃতিত্বৰ বাবে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
July 26th, 03:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত প্ৰদৰ্শন কৰা ঐতিহাসিক কৃতিত্ব বাবে প্ৰশংসা কৰে। সোণৰ পদক লাভ কৰাৰ লগতে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় স্কোৱাছ খেলুৱৈ হিচাপে পৰিগণিত অনাহত সিঙক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে।বিশ্বকাপ জয় কৰা ভাৰতীয় স্কোৱাছ দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
December 15th, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় স্কোৱাছ দলটোক প্ৰথমবাৰৰ বাবে এছডিএটি স্কোৱাছ বিশ্বকাপ ২০২৫ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে অভিনন্দন জনাইছে।স্কোৱাছৰ কিংবদন্তী শ্ৰী ৰাজ মানচান্দাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 04th, 03:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ৰাজ মানচান্দাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শ্ৰী মানচান্দাক তেওঁৰ নিষ্ঠা আৰু উৎকৰ্ষতাৰ বাবে জনাজাত ভাৰতীয় স্কোৱাছৰ প্ৰকৃত কিংবদন্তি বুলি প্ৰশংসা কৰে। তেওঁ শ্ৰী মানচান্দাক তেওঁৰ সামৰিক সেৱাত প্ৰতিফলিত হোৱা ৰাষ্ট্ৰৰ সেৱাৰ বাবেও প্ৰশংসা কৰে।PM welcomes inclusion of cricket in LA Olympics 2028
October 16th, 08:18 pm
The Prime Minister, Shri Narendra Modi today welcomed the inclusion of baseball-softball, cricket, flag football, lacrosse and squash in Los Angles Olympic Games 2028.