২৪ জুনত প্ৰধানমন্ত্ৰীয়ে নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ কথোপকথনৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী উদ্বোধন কৰিব
June 23rd, 05:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনৰ দিনৰ প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুগৰাকী শ্ৰেষ্ঠ আধ্যাত্মিক আৰু নীতিবান ব্যক্তিত্ব নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজৰ ঐতিহাসিক কথোপকথনৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী উদ্বোধন কৰিব। তেখেতে লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।মহামান্য পোপ লিও চতুৰ্থলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
May 09th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা মহামান্য পোপ লিও চতুৰ্থক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কেথলিক গীৰ্জাৰ পোপৰ নেতৃত্বক প্ৰশংসা কৰি বিশ্ব শান্তি, সম্প্ৰীতি, সংহতি আৰু সেৱাৰ প্ৰচাৰত ইয়াৰ গভীৰ গুৰুত্বৰ কথা উল্লেখ কৰে।সমাজৰ প্ৰতি পোপ ফ্ৰান্সিছৰ সেৱাক বিশ্বই সদায় মনত ৰাখিব: প্ৰধানমন্ত্ৰী
April 26th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰপতি জীয়ে ভাৰতবাসীৰ হৈ পৰম পৱিত্ৰ পোপ ফ্ৰান্সিছক শ্ৰদ্ধাঞ্জলি জনাইছে। পোপ ফ্ৰান্সিছৰ সমাজৰ প্ৰতি কৰা সেৱা বিশ্বই সদায় মনত ৰাখিব, শ্ৰী মোদীয়ে লগতে কয়।পৰম পূজনীয় পোপ ফ্ৰান্সিছৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 21st, 02:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰম পূজনীয় পোপ ফ্ৰান্সিছৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে। তেখেতে তেওঁক সহানুভূতি, নম্ৰতা আৰু আধ্যাত্মিক মনোবলৰ আলোক বুলি প্ৰশংসা কৰে।স্বামী ৰামকৃষ্ণ পৰমহংসক তেওঁৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
February 18th, 08:52 am
জয়ন্তীত স্বামী ৰামকৃষ্ণ পৰমহংসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।প্ৰধানমন্ত্ৰীয়ে ৫ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ মহা কুম্ভ মেলা ভ্ৰমণ কৰিব
February 04th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ মহা কুম্ভ মেলা ২০২৫ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত, তেওঁ সংগমত পৱিত্ৰ ডুব লৈ মা গংগাৰ প্ৰাৰ্থনা কৰিব।আই শ্ৰী সোণল মাতাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ
January 13th, 12:00 pm
বৰ্তমানৰ আধ্যাত্মিক নেতা (গাদিপতি) পুজ্য কাঞ্চন মা, আৰু প্ৰশাসক পূজ্য গিৰীশ আপা! আজি পৱিত্ৰ পৌষ মাহত আমি সকলোৱে আই শ্ৰী সোণল মাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছোঁ। মা সোণলৰ আশীৰ্বাদত এই পৱিত্ৰ অনুষ্ঠানটোৰ সৈতে জড়িত হোৱাটো সঁচাকৈয়ে এক সৌভাগ্যৰ বিষয়। সমগ্ৰ চাৰণ সমাজ, প্ৰশাসক আৰু সোণল মাৰ ভক্তসকলক অভিনন্দন জনাইছোঁ। চাৰণ সমাজৰ বাবে শ্ৰদ্ধা, শক্তি আৰু পৰম্পৰাৰ কেন্দ্ৰ হিচাপে মাধড়া ধামে এক বিশেষ স্থান দখল কৰিছে। মই আইৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ।PM addresses Aai Shree Sonal Mata’s Birth Centenary Program via video message
January 13th, 11:30 am
PM Modi addressed Sonal Mata's Birth Centenary Program via video message. He said that said, Madhda Dham is the center of reverence, power, rituals and traditions for the Charan community. I bow before the feet of Shree Aai and pay my obeisance. He added that that Bhagwati Swarupa Sonal Maa was a living example of the fact that India has never been devoid of in carnate souls in any era.অন্ধ্রপ্রদেশৰ পুট্টাপূর্তিত সাই হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ উদ্বোধন উপলক্ষ্যে প্রধানমন্ত্রীৰ ভাষণ
July 04th, 11:00 am
পুট্টাপূর্তিলৈ বহুবাৰ যোৱাৰ সৌভাগ্য মোৰ হৈছে। আজিও মোৰ ইচ্ছা আছিল আপোনালোক সকলোৰে মাজত, তাত উপস্থিত হৈ এই অনুষ্ঠানত যোগ দিয়াৰ। কিন্তু, মোৰ ব্যস্ততাৰ কাৰণে সেয়া সম্ভৱ নহ'ল। মোক আমন্ত্রণ জানোৱাৰ সময়ত ভাই ৰত্নাকৰে কৈছিল, ‘আপুনি এবাৰ আহি আমাক আপোনাৰ আশীর্বাদ দিয়ক’। শ্রী ৰত্নাকৰৰ এই বক্তব্য মই সংশোধন কৰি দিয়া উচিত। মই তালৈ অৱশ্যই যাম, কিন্তু আশীর্বাদ দিবলৈ নহয়, আশীর্বাদ ল'বলৈ। প্রযুক্তিৰ সহায়ত আজি মই আপোনালোকৰ মাজত উপস্থিত হ'ব পাৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ বাবে মই শ্রী সত্য সাই চেণ্ট্ৰেল ট্রাষ্টৰ সৈতে যুক্ত সকলো সদস্য আৰু সত্য সাই বাবাৰ সকলো ভক্তক অভিনন্দন জনাইছোঁ। মোৰ ওপৰত শ্রী সত্য সাইৰ অনুপ্রেৰণা আৰু আর্শীবাদ বর্ষিত হৈছে। এই পৱিত্র অনুষ্ঠানত শ্রী সত্য সাই বাবাৰ কর্মধাৰাৰ প্রসাৰ দেখি মই আনন্দিত। শ্রী হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ মাধ্যমত দেশ চিন্তা-ভাবনাৰ এক সমৃদ্ধ কেন্দ্রৰ অধিকাৰী হ'বলৈ ওলাইছে। মই এই কনভেনশ্যন চেণ্টাৰৰ ছবি দেখিছোঁ। এইমাত্র এই চেণ্টাৰটো সন্দৰ্ভত স্বল্প দৈর্ঘ্যৰ যি ছাঁয়াছবি দেখুওৱা হ'ল, তাৰো দৃশ্য মই দেখিছোঁ। এই চেণ্টাৰে আধ্যাত্মিক অনুভৱৰ সৈতে আধুনিকতাৰ, সাংস্কৃতিক দেৱত্বৰ সৈতে বৌদ্ধিক উৎকর্ষৰ বন্ধন ঘটাইছে। ই আধ্যাত্মিক সন্মিলন আৰু শিক্ষামূলক কর্মসূচীৰ এটি কেন্দ্র হৈ উঠিব। সমগ্ৰ বিশ্বৰ পৰা বিভিন্ন ক্ষেত্রৰ বিদ্বান আৰু বিশেষজ্ঞসকল ইয়ালৈ আহিব। এই কেন্দ্র যুৱ সমাজৰ বিশেষ উপকাৰত লাগিব বুলি মোৰ ধাৰণা।ভিডিঅ’ কনফাৰেন্সিংযোগে অন্ধ্ৰপ্ৰদেশৰ পুট্ৰাপাৰ্থীত সাই হীৰা গ্ল’বেন কনভেনছন চেণ্টাৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 04th, 10:36 am
এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে সকলোকে অভিনন্দন জনায়, য’ত তেওঁ জৰুৰী বৈঠকৰ বাবে সো-শৰীৰে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷ “আজি আমাৰ সৈতে শ্ৰী সত্য সাইৰ আশীৰ্বাদ আৰু প্ৰেৰণা আছে”, বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে লগতে আনন্দ প্ৰকাশ কৰে যে তেওঁ মিচন আজি সম্প্ৰসাৰণ হৈছে আৰু দেশে সাই হীৰা গ্ল’বেল কনভেচন চেণ্টাৰৰ নামেৰে এটা নতুন অত্যাধুনিক কনভেচন চেণ্টাৰ লাভ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে বিশ্বাসেৰে কয় যে এই নতুন কেন্দ্ৰটোৱে আধ্যাত্মিকতা আৰু আধুনিকতাৰ জাকজমকতাৰ এক অভিজ্ঞতা প্ৰদান কৰিব৷ তেওঁ কয় যে এই কেন্দ্ৰটোত সাংস্কৃতিক বৈচিত্ৰ্য আৰু ধাৰণাগত ভব্যতা আছে আৰু ই আধ্যাত্মিকতা আৰু শৈক্ষিক কাৰ্যসূচীৰ ওপৰত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিব য’ত পণ্ডিত আৰু বিশেষজ্ঞসকলে একত্ৰিত হ’ব।India did not face vaccine hesitancy as seen in other countries because of the message from spiritual leaders: PM
August 24th, 11:01 am
PM Modi inaugurated state-of-the-art Amrita Hospital at Faridabad. He said that the hospital is a blend of modernity and spirituality and will become a medium of accessible and affordable treatment for needy patients.প্ৰধানমন্ত্ৰীয়ে ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতাল উদ্বোধন কৰে
August 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতালৰ উদ্বোধন কৰে। এই উপলক্ষে হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰ, শ্ৰী মাতা অমৃতানন্দময়ীও উপস্থিত আছিল।প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই ‘ভোকেল ফৰ লোকেল’-ৰ পক্ষত সৰৱ ভূমিকাত অৱতীৰ্ণ হ’ব আধ্যাত্মিক গুৰুসক
November 17th, 02:14 pm
‘স্থানীয় সামগ্ৰীৰ পক্ষত স্থিতি গ্ৰহণ’ৰ আহ্বানৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘ভেকেল ফৰ লোকল’ অভিযানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সহযোগিতা জনাবলৈ কালি জনোৱা আহ্বানে দেশৰ আধ্যাত্মিক জগতৰ অগ্ৰণী গুৰুসকলৰ মজত বিপুল সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্ত সমাজে পৰম উত্সাহৰেই প্ৰতিক্ৰিয়া প্ৰকট কৰিছে। আধ্যাত্মিক গুৰুসকলে ‘ভোকেল ফৰ লোকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকৰ সমৰ্থন আগবঢ়োৱাৰ পণ গ্ৰহণৰে ৰাজহুৱা দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে।