পিএমঅ’ৰ বিষয়া-কৰ্মচাৰী আৰু এছপিজিৰ জোৱানসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

পিএমঅ’ৰ বিষয়া-কৰ্মচাৰী আৰু এছপিজিৰ জোৱানসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

January 02nd, 06:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যান মাৰ্গত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়(পিএমঅ’)ৰ বিষয়া-কৰ্মচাৰী আৰু এছপিজিৰ জোৱানক সাক্ষাৎ কৰাৰ লগতে পৰস্পৰে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে। এই বাৰ্তালাপ অনুষ্ঠানত ১০০০তকৈ অধিক লোক উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকে ভাল কামৰ বাবে প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতেও এই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ উৎসাহ যোগায়।