৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আলোকপাত

August 15th, 03:52 pm

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, ভাৰতক আত্মনিৰ্ভৰ কৰা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আহৰণ কৰা, সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প আদি কেইবাটাও বিষয়ৰ ওপৰত ভৱিষ্যতৰ বিস্তৃত ৰূপৰেখা দাঙি ধৰে।

৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 07:00 am

স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।

India celebrates 79th Independence Day

August 15th, 06:45 am

PM Modi, in his address to the nation on the 79th Independence day paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He reiterated that India will always protect the interests of its farmers, livestock keepers and fishermen. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047. Special guests like Panchayat members and “Drone Didis” graced the Red Fort celebrations.

এবিপি নেটৱৰ্কৰ ইণ্ডিয়া@২০৪৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 07th, 12:00 pm

ভাৰত মণ্ডপমৰ এই মঞ্চ আজি পুৱাৰে পৰা প্ৰাণৱন্ত ৰূপ পাইছে। কেইদিনমানৰ পূৰ্বে আপোনাৰ দলটোক অলপ সময়ৰ বাবে লগ পোৱাৰ সুযোগ পাইছিলোঁ। এই সন্মিলন বৈচিত্ৰ্যপূৰ্ণ। বহু মহান ব্যক্তিয়ে এই সন্মিলক সমৃদ্ধ কৰিছে। মই নিশ্চিত যে আপোনালোক সকলোৱেও এটা ডাঙৰ অভিজ্ঞতা লাভ কৰিছে। এই সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মহিলাৰ উপস্থিতি থকাটো ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। বিশেষকৈ আমাৰ ড্ৰোণ দিদি আৰু লাখপতি দিদিসকলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। এই সকলোবোৰ এংকৰক যেতিয়া মই এতিয়াই লগ পাইছিলো, তেতিয়া মই দেখি আছিলো যে তেওঁলোকে ইমান উৎসাহেৰে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে। প্ৰতিটো সংলাপ মনত পৰিল। অৰ্থাৎ এইটো সঁচাকৈয়ে এক অতি প্ৰেৰণাদায়ক সুযোগ হিচাপে পৰিগণিত হৈছে।

PM Modi addresses the Global Conference on Space Exploration (GLEX) 2025

May 07th, 11:30 am

PM Modi addressed GLEX 2025 via videoconferencing, showcasing India’s stellar rise from a humble 1963 rocket launch to becoming the first to land near the Moon’s South Pole. He celebrated India's Mars triumph, space tech breakthroughs, and future missions like Gaganyaan and Bharatiya Antariksha Station.

এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি

April 22nd, 12:27 pm

কূটনৈতিক ফোন কলৰ পৰা আৰম্ভ কৰি যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰলৈকে এই সপ্তাহত বিশ্বৰ মঞ্চত ভাৰতৰ উপস্থিতি সহযোগিতা, উদ্ভাৱন, আৰু সাংস্কৃতিক গৌৰৱৰ দ্বাৰা চিহ্নিত কৰা হৈছে।

Cabinet approves the establishment of “Third Launch Pad”

January 16th, 03:00 pm

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today approved the establishment of the Third Launch Pad (TLP) at Satish Dhawan Space Centre of ISRO at Sriharikota, Andhra Pradesh.

উপগ্ৰহৰ মহাকাশ ডকিঙৰ সফল প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইছৰোক অভিনন্দন জনায়

January 16th, 01:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপগ্ৰহৰ মহাকাশ ডকিঙৰ সফল প্ৰদৰ্শনৰ বাবে ইছৰো আৰু সমগ্ৰ মহাকাশ সম্প্ৰদায়ক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আগন্তুক বছৰবোৰত ভাৰতৰ উচ্চাভিলাষী মহাকাশ অভিযানৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

কেৰালাৰ ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ত বিভিন্ন প্ৰকল্পৰ উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 27th, 12:24 pm

কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নজী, ৰাজ্যিক মন্ত্ৰী মোৰ সহকৰ্মী শ্ৰী ভি মুৰলীধৰণ জী, ইছৰো পৰিয়ালৰ সদস্যসকল, নমস্কাৰ!

কেৰালাৰ তিৰুৱন্তপুৰমত ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ (ভিএছএছচি) পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে

February 27th, 12:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ তিৰুৱন্তপুৰমত ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ (ভিএছএছচি) পৰিদৰ্শন কৰে আৰু প্ৰায় ১৮০০ কোটি টকা বিনিয়োগসাপেক্ষ তিনিটা গুৰুত্বপূৰ্ণ মহাকাশ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে শ্ৰীহৰিকোটাৰ ‘সতীশ ধাৱান মহাকাশ কেন্দ্ৰ’ত ‘এছএলভি ইণ্টিগ্ৰেশ্যন ফেচিলিটী’ (পিআইএফ); মহেন্দ্ৰগিৰিৰ ‘ইছৰো প্ৰপালশ্যন কমপ্লেক্স’ত নতুন 'অৰ্ধ-ক্ৰায়'জেনিক্স ইণ্টিগ্ৰেটেড ইঞ্জিন আৰু ষ্টেজ টেষ্ট ফেচিলিটী'; আৰু তিৰুৱন্তপুৰমৰ ‘ভিএছএছচি’-ত 'ট্ৰাইছনিক উইণ্ড টানেল'। শ্ৰী মোদীয়ে ‘গগনযান মিছন’ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে চাৰিগৰাকী মনোনীত মহাকাশচাৰীসকলক 'এষ্ট্ৰনাট উইং' প্ৰদান কৰে। মনোনীত মহাকাশচাৰীকেইগৰাকী হৈছে ‘গ্ৰুপ কেপ্টেইন’ প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, ‘গ্ৰুপ কেপ্টেইন’ অজিত কৃষ্ণন, ‘গ্ৰুপ কেপ্টেইন’ অঙ্গদ প্ৰতাপ আৰু ‘উইং কামাণ্ডাৰ’ শুভাংশু শুক্লা।

‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ মন্তব্য

August 23rd, 03:30 pm

‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ৰ বিশাল আয়োজন আৰু আতিথ্যৰ বাবে মই মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ৰামাফোচাক আকৌ এবাৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।

PM Modi interacts with the Indian community in Paris

July 13th, 11:05 pm

PM Modi interacted with the Indian diaspora in France. He highlighted the multi-faceted linkages between India and France. He appreciated the role of Indian community in bolstering the ties between both the countries.The PM also mentioned the strides being made by India in different domains and invited the diaspora members to explore opportunities of investing in India.

কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

September 10th, 10:31 am

'কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন'ৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। এই অনুষ্ঠানটো আজিৰ নতুন ভাৰতত আমি বহন কৰি থকা 'সবকা প্ৰয়াস'ৰ আত্মাৰ এক জীৱন্ত উদাহৰণ।

PM inaugurates ‘Centre-State Science Conclave’ in Ahmedabad via video conferencing

September 10th, 10:30 am

PM Modi inaugurated the ‘Centre-State Science Conclave’ in Ahmedabad. The Prime Minister remarked, Science is like that energy in the development of 21st century India, which has the power to accelerate the development of every region and the development of every state.

প্ৰধানমন্ত্ৰীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব

June 08th, 07:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱসাৰীত 'গুজৰাট গৌৰৱ অভিযান'ৰ সময়ত একাধিক উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত তেওঁ নৱসাৰীত এ.এম নাইক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটী হাস্পতাল উদ্বোধন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩:৪৫ বজাত তেওঁ আহমেদাবাদৰ ভূপালত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিব।

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত ভাৰতীয় বিজ্ঞানীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

May 11th, 09:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে, যাৰ ফলত ১৯৯৮ চনত সফলভাৱে পোখৰাণৰ পৰীক্ষা সম্ভৱ হৈছিল।

গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 12th, 06:40 pm

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!

প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে

March 12th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।

ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী

August 29th, 11:30 am

মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।

ভিভা টেকৰ ৫ম সংস্কৰণ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

June 16th, 04:00 pm

এই মঞ্চখনে ফ্ৰান্সৰ প্ৰযুক্তিগত কৰ্ম-আঁচনি প্ৰতিফলিত কৰে৷ ভাৰত আৰু ফ্ৰান্সে বিভিন্ন বিষয়বস্তুৰ উপৰত নিবিড়ভাৱে কাম কৰি আহিছে৷ এইবোৰৰ মাজত, প্ৰযুক্তি আৰু ডিজিটেলো সহযোগিতাৰ ক্ষেত্ৰখনসমূহ হিচাপে উদয় হৈছে৷ তেনে সহযোগিতা আৰু অধিক বৃদ্ধি পোৱাটো সময়ৰ এক আহ্বান৷ ইয়ে কেৱল আমাৰ দেশসমূহকে সহায় নকৰিব বৰঞ্চ সমগ্ৰ বিশ্বকো বহুলভাৱে সহায় কৰিব৷