২০২৩ৰ ১৪ ডিচেম্বৰত পুনেৰ এছপি কলেজত বিশাল পঠন কাৰ্য্যসূচীৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

২০২৩ৰ ১৪ ডিচেম্বৰত পুনেৰ এছপি কলেজত বিশাল পঠন কাৰ্য্যসূচীৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

December 14th, 04:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ১৪ ডিচেম্বৰত পুনেৰ এছপি কলেজত সৰ্বাধিক পঠন কাৰ্য্যসূচীৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰশংসা কৰিছে। ইয়াত ৩০৬৬ গৰাকী পিতৃ-মাতৃয়ে সন্তানক সাধু কৈ সমাজত পঢ়াৰ সংস্কৃতিক প্ৰোৎসাহিতকৰণৰ প্ৰয়াস কৰে।