বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লোকসভাত বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

December 08th, 12:30 pm

এয়া এনে এক সময় য'ত ইতিহাসৰ বহুতো অনুপ্ৰেৰণাদায়ক অধ্যায় আমাৰ সন্মুখত পুনৰ উন্মোচিত হৈছে। আমি আমাৰ সংবিধানৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো। আজি দেশবাসীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অলপতে আমি গুৰু টেগ বাহাদুৰজীৰ ৩৫০সংখ্যক বলিদান দিৱস পালন কৰাৰ লগতে আজি আমি বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি সদনৰ এক সামূহিক শক্তি উপলব্ধি কৰাৰ প্ৰয়াস কৰিছো। ১৫০বছৰীয়া বন্দে মাতৰমৰ এই যাত্ৰা বিভিন্ন পৰ্যায়ত হৈছে।

লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান

December 08th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সামূহিক আলোচনাৰ পথ বাছনি কৰাৰ বাবে সদনৰ সকলো সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ত্যাগ আৰু তপস্যাৰ পথ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান আৰু অনুপ্ৰাণিত কৰা মন্ত্ৰ তথা স্পষ্ট আহ্বানেৰে বন্দে মাতৰমক স্মৰণ কৰা হৈছে আৰু ই সদনৰ সকলোৰে বাবে এক বৃহৎ বিশেষত্ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে ১৫০ বছৰীয়া বন্দে মাতৰমৰ ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হোৱাটো গৌৰৱৰ বিষয়। তেওঁ কয় যে এই সময়ছোৱাই আমাৰ সন্মুখত ইতিহাসৰ অগণন ঘটনা কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আলোচনাত কেৱল সদনৰ প্ৰতিশ্ৰুতিয়েই প্ৰতিফলিত নহয়, বৰঞ্চ সকলোৱে সামূহিকভাৱে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে শিক্ষাৰ উৎস হিচাপেও কাম কৰিব পাৰিব।

'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী

November 30th, 11:30 am

চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

দক্ষিণ আফ্ৰিকা গণৰাজ্য ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

November 21st, 06:45 am

দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাত জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া বিংশ জি-২০ নেতাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মহামান্য চিৰিল ৰামাফোছাৰ আমন্ত্ৰণত মই ২০২৫ চনৰ ২১ৰ পৰা ২৩ নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকা গণৰাজ্য ভ্ৰমণ কৰিবলৈ গৈ আছো।

Prime Minister interacts with Presidents of the South Africa and Brazil at G7 summit

June 18th, 03:05 pm

The Prime Minister Shri Narendra Modi held substantive and heartfelt conversations with President of Republic of South Africa, H.E Mr. Cyril Ramaphosa and President of Brazil, H.E Mr. Luiz Inácio Lula da Silva at the G7 Summit at Kananaskis, Canada on 17th June 2025. He reaffirmed India’s unwavering commitment to championing the cause of the Global South.

জি-৭ সন্মিলনৰ আঁৰত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

June 18th, 02:51 pm

১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চাইৰিল ৰামাফোছাৰ সৈতে মত-বিনিময় কৰে।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত ঘোষণা - জি-২০ ট্ৰ’ইকা (ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা)ৰ দ্বাৰা যুটীয়া বিজ্ঞপ্তি, কেইবাখনো জি-২০ দেশ, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা সমৰ্থিত

November 20th, 07:52 am

শতিকা সলনি হোৱাৰে পৰা ন্যূনতম ৩ শতাংশ গোলকীয় বিকাশৰ ধাৰাৰ গড় মহামাৰীৰ আৰম্ভণি পৰ্যন্ত প্ৰায় ৪ শতাংশ আছিল। একে সময়তে প্ৰযুক্তিৰ গতি তীব্ৰগতিত চলি আছে আৰু যদি সমানভাৱে প্ৰয়োগ কৰা হয় ই আমাক বিকাশ বৃদ্ধি, বৈষম্য হ্ৰাস কৰা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) প্ৰাপ্ত কৰাৰ ব্যৱধান দূৰ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ লোৱাৰ ঐতিহাসিক সুযোগ প্ৰদান কৰে।

নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

November 12th, 07:44 pm

১৬ৰ পৰা ২১ নৱেম্বৰলৈ নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নাইজেৰিয়াত তেওঁ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ লগতে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰিব। ব্ৰাজিলত তেওঁ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। গুয়ানাত প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনা, সংসদত ভাষণ প্ৰদান আৰু কেৰিকম-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে কেৰিবিয়ান অঞ্চলৰ সৈতে সম্পৰ্ক গভীৰ কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰিব।

দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা শ্ৰীমান চাইৰিল ৰামাফোছাক প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জনাইছে

June 17th, 05:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমান চাইৰিল ৰামাফোছাক দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলিও প্ৰকাশ কৰে।

কোমোৰছৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে আজালি আছৌমানিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

January 29th, 10:30 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজালি আছৌমানীক ক’মৰ’ছৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

PM congratulates Indian cricket team for winning against South Africa

November 05th, 10:22 pm

The Prime Minister, Shri Narendra Modi, today congratulated the Indian cricket team for its win over South Africa in the ongoing World Cup.

‘জি২০ ইউনিভাৰ্চিটি কানেক্ট ফিনালে’ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 26th, 04:12 pm

দুসপ্তাহৰ আগতে এই একেখন ভাৰত মণ্ডপমতে যথেষ্ট ক্ৰিয়া-কলাপ চলিছিল। এই ভাৰত মণ্ডপমটো একেবাৰে ‘চৰ্চাৰ কেন্দ্ৰবিন্দু’ত পৰিণত হৈছিল। আৰু মই আনন্দিত যে আজি মোৰ ভৱিষ্যতৰ ভাৰতখন একেটা ভাৰত মণ্ডপমত উপস্থিত হৈছে। ভাৰতে জি-২০ অনুষ্ঠানটোক কিমান উচ্চতালৈ লৈ গৈছে সেয়া দেখি বিশ্বই সঁচাকৈয়ে চমকিত হৈছে। কিন্তু সঁচা কথা ক’বলৈ গ’লে, মই একেবাৰে আচৰিত হোৱা নাই। হয়তো আপুনি ভাবিছে যে ইয়াৰ অপ্ৰতীম ভৱিষ্যৎ সত্ত্বেও মই কিয় আচৰিত হোৱা নাই? কাৰণ কি জানেনে? কাৰণ আপোনাৰ দৰে যুৱ ছাত্ৰ-ছাত্ৰীয়ে যদি কাৰ্যসূচীটো সফল কৰাৰ দায়িত্ব লয়, এনে অনুষ্ঠানত যদি যুৱক-যুৱতীসকল জড়িত হয়, তেন্তে ই সফল হোৱাটো তেনেই স্বাভাৱিক কথা।

জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

September 26th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ় দিয়া আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে ৪ পাব্লিকেচনো উন্মোচন কৰে যথাঃ জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ অপাৰ সফলতাঃ দূৰদৰ্শী নেতৃত্ব, অন্তৰ্ভুক্ত পদ্ধতি (The Grand Success of G20 Bharat Presidency: Visionary Leadership, Inclusive Approach); ভাৰতৰ জি-২০ৰ অধ্যক্ষতাঃ বসুধৈৱ কুটুম্বকম (India's G20 Presidency: Vasudhaiva Kutumbakam); জি-২০ ইউনিভাৰ্চিটি কানেক্ট কাৰ্য্যক্ৰমৰ সংক্ষিপ্ত ৰূপ (Compendium of G20 University Connect Programme) আৰু জি-২০ত ভাৰতীয় সংস্কৃতিক থূপাই প্ৰদৰ্শন (Showcasing Indian Culture at G20)।

ক'মৰ'ছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 10th, 05:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ছেপ্টেম্বৰ, ২০২৩ত দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ একাষৰীয়াকৈ ক’মৰ’ছ সংঘৰ সভাপতি মহানুভৱ আজালি আছৌমানী ডাঙৰীয়াৰে মিলিত হয়।

ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া বিবৃতি

September 09th, 09:11 pm

আমি, ভাৰত, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলে নতুন দিল্লীত ‘জি-২০ নেতৃত্ব সন্মিলন’ৰ সময়ত মিলিত হৈ আমাৰ সহভাগী বিশ্বৰ বাবে সমাধান প্ৰদানৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ মুখ্য মঞ্চ হিচাপে ‘জি-২০’ৰ প্ৰতি থকা আমাৰ অংশীদাৰিত্বপূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছোঁ।

The fervour generated by the Chandrayaan success needs to be channelled into Shakti: PM Modi

August 26th, 01:18 pm

PM Modi arrived to a grand welcome in Delhi. Responding to the warm civic reception, the Prime Minister expressed his gratitude for the enthusiasm of the people for the success of the Chandrayaan-3. He said that India is creating a new impact on the basis of its achievement and successes and the world is taking note.

দিল্লীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ভব্য আদৰণি বৃহৎ সংখ্যক জনতাৰ

August 26th, 12:33 pm

দিল্লীত এক বৃহৎ আদৰণি অনুষ্ঠানত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী৷ চন্দ্ৰযান-৩এ চন্দ্ৰত সফল অৱতৰণৰ পিছত ইছৰোৰ দলৰ সৈতে মত বিনিময় কৰি আজি বেংগালুৰুৰ পৰা দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচৰ ৪দিনীয়া ভ্ৰমণ সামৰি পোনে পোনে বেংগালুৰুলৈ যায় প্ৰধানমন্ত্ৰী৷ এই উপলক্ষে জে পি নাড্ডাই প্ৰধানমন্ত্ৰীক আদৰণি জনাই তেওঁৰ সফল ভ্ৰমণ আৰু ভাৰতীয় বিজ্ঞানীসকলৰ গুৰুত্বপূৰ্ণ কৃতিত্বৰ বাবে সম্বৰ্ধনা জনায়।

Grand welcome as PM Modi arrives in Bengaluru after productive trip to South Africa & Greece

August 26th, 10:08 am

PM Modi landed in Bengaluru after his four day visit to South Africa and Greece. PM Modi participated in the BRICS Summit in South Africa and later visited Greece. PM Modi was given a warm welcome outside HAL. Expressing his eagerness to be with the ISRO team, PM Modi said that he had decided to come to Bengaluru first on his return

India & Greece have a special connection and a relationship spanning centuries: PM Modi

August 25th, 09:30 pm

PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.

এথেন্সত প্ৰৱাসী ভাৰতীয় সমূদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

August 25th, 09:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰতে সম্প্ৰতি লাভ কৰি থকা অভূতপূৰ্ব অগ্ৰগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চন্দ্ৰযান অভিযানৰ সফলতাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।